DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত বিজেপিত যোগ দিলে কংগ্ৰেছ-এ আই য়ু ডি এফৰ কেইবাগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2019 7:25 am
Barpeta BJP join

বৰপেটাত বিজেপিত যোগদান কৰা পঞ্চায়তৰ প্ৰতিনিধিসকল

2.9k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জনতা পাৰ্টিৰ সমগ্ৰ দেশত নতুন সদস্য ভৰ্তি অভিযানৰ অংশস্বৰূপে বুধবাৰে বৰপেটা জিলাৰ চেঙাত ২৪ নং চেঙা মুছলমানপাৰা গাঁও পঞ্চায়তৰ উপ-সভানেত্ৰীসহ ছয়গৰাকী কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ পঞ্চায়ত প্ৰতিনিধিয়ে দলত্যাগ কৰি বিজেপিত যোগদান কৰে।

কংগ্ৰেছৰ এগৰাকী আৰু এ আই ডি য়ু এফৰ পাঁচগৰাকী সদস্যই বিজেপিত যোগদান কৰাৰ লগে লগে চেঙা মুছলমানপাৰা গাঁও পঞ্চায়তখন বিজেপিৰ দখললৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

জিলাখনৰ বিজেপি নেতৃত্বই নতুনকৈ বিজেপিলৈ  অহা সদস্যসকলক আনুষ্ঠানিকভাৱে দলৰ মজিয়ালৈ স্বাগতম জনাই আৰু সকলোৱে একেলগে মিলি বৰপেটাত বিজেপিৰ ভেটি মজবুত কৰাৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে।

বুধবাৰে মেম্বাৰ, সভাপতি আদিকে ধৰি বিজেপিত যোগদান কৰা পঞ্চায়তৰ প্ৰতিনিধিকেইগৰাকী হ’ল ক্ৰমে হান্নান ভূঞা, আজিনা আহমেদ, ইব্ৰাহিম আলী, ইলিমা খানম, মনোৱাৰা খাতুন আৰু জয়েদা পাৰবিন।

আনহাতে, বিজেপিত যোগদান কৰি পঞ্চায়ত প্ৰতিনিধিকেইগৰাকীয়ে বিজেপি দলৰ নীতি, আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে দলটোৰ মজিয়ালৈ আহিছে বুলি মন্তব্য কৰে।

Recent News

অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক অতি সোনকালে জনজাতিৰ মৰ্যাদা প্ৰদান কৰক: চুতীয়া যুৱ সন্মিলন

অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক অতি সোনকালে জনজাতিৰ মৰ্যাদা প্ৰদান কৰক: চুতীয়া যুৱ সন্মিলন

দ্রৌপদী মূৰ্মুৰ প্ৰসংগঃ বিজেপি আৰ এছ এছ যুটিৰ হিন্দু ৰাষ্ট্ৰৰ নতুন সমীকৰণ

দ্রৌপদী মূৰ্মুৰ প্ৰসংগঃ বিজেপি আৰ এছ এছ যুটিৰ হিন্দু ৰাষ্ট্ৰৰ নতুন সমীকৰণ

M S Dhoni: স্বাধীনতা দিৱসৰ পূৰ্বে ধোনীৰ বিশেষ বাৰ্তা; ত্ৰিৰংগাৰে উজলাই তুলিলে নিজৰ ইনষ্টাগ্ৰাম!

M S Dhoni: স্বাধীনতা দিৱসৰ পূৰ্বে ধোনীৰ বিশেষ বাৰ্তা; ত্ৰিৰংগাৰে উজলাই তুলিলে নিজৰ ইনষ্টাগ্ৰাম!

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd