• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অইলৰ সঞ্চালক (অপাৰেচন) পদলৈ পংকজ কুমাৰ গোস্বামী

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
May 31, 2020 8:06 pm
Pankaj Kumar Goswami to take over as Director, OIL (Operations)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পংকজ কুমাৰ গোস্বামীয়ে ১ জুন, ২০২০ তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ সঞ্চালক (অপাৰেচন) হিচাপে দায়িত্ব গ্ৰহণ কৰিব৷

সঞ্চালক (অপাৰেচন) হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে গোস্বামীয়ে অইলৰ ক্ষেত্ৰ মুখ্য কাৰ্যালয়, দুলীয়াজানৰ প্ৰকল্প বিভাগৰ মুখ্য মহা প্ৰবন্ধক হিচাপে কাৰ্যৰত আছিল।

Apply Now

তাত তেখেতে কোম্পানীৰ তেল আৰু গেছ উৎপাদনৰ সৈতে সম্বন্ধিত বহু সংখ্যক জটিল আৰু উচ্চ-মূল্যৰ প্ৰজেক্ট ৰূপায়ণ কৰিছিল৷

গোস্বামীয়ে উজনি অসমৰ গেছ ক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰি আছে৷

গোস্বামী উত্তৰ-পূৱ ভাৰতৰ নাহৰকটীয়াস্থিত ভাৰতৰ আটাইতকৈ পুৰণি তথা পৰিপক্ব তেলক্ষেত্ৰৰ তেল আৰু উৎপাদন কাৰ্যত থকা উৎকৃষ্ট আৰু চহকী অভিজ্ঞতাৰে পুষ্ট।

লগতে তেওঁ ভূ-তত্ত্ব, খনন লগতে অসম আৰু অৰুণাচল প্ৰদেশৰ জটিল অন্বেষণ ক্ষেত্ৰৰ সামাজিক গাঁথনিৰ বিষয়ে গভীৰ অধ্যয়নেৰে পুষ্ট।

উত্তৰ-পূব ভাৰতৰ অসম-আৰাকান বেচিনত তেল আৰু গেছ উৎপাদন কাৰ্যত গোস্বামীৰ ৩১ বছৰতকৈ অধিক অভিজ্ঞতা আছে।

তেখেতে তেল আৰু গেছ উৎপাদন, আন্তঃগাঁথনি সুবিধাৰ কাৰ্যান্বয়ন, সঞ্চালন সম্পৰ্কীয় বিষয় আৰু প্ৰযুক্তি বিষয়ক উদ্যোগৰ লগত সম্বন্ধীয় জটিল প্ৰকল্প আৰু কাৰ্যবিধি তদাৰক কৰাৰ লগতে বিভিন্ন উচ্চস্তৰীয় সমিতি আৰু কৰ্ম-বাহিনীৰ নেতৃত্ব বহন কৰি আহিছে৷

গোস্বামীয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰৰ তেল আৰু গেছ উদ্যোগৰ লগত সম্বন্ধিত বহু বৈজ্ঞানিক গৱেষণা পত্ৰও প্ৰস্তুত কৰিছে৷

গোস্বামীয়ে ১৯৮৮ চনত অইল ইণ্ডিয়া লিমিটেডত যোগদান কৰিছিল৷

স্বৰ্গীয় কৰুণাময়ী গোস্বামী আৰু স্বৰ্গীয় শিৱ প্ৰসাদ গোস্বামীৰ পুত্ৰ গোস্বামী তৈল নগৰী ডিগবৈৰ বাসিন্দা৷

স্কুলীয়া শিক্ষা ডিগবৈত সম্পূৰ্ণ কৰি তেখেতে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটীত মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী অৰ্জন কৰে।

২০০১ চনত তেওঁ পৰিচালনা প্ৰবন্ধন (Maintenance Management) বিষয়ত অগ্ৰীম স্নাতকোত্তৰ ডিপ্লমা সম্পূৰ্ণ কৰে৷

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd