• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“দেউতা মোক লৈ গৰ্বিত নহয়…”, মাতৃৰ মনোভাৱৰ বিষয়েও চিধাচিধি ক’লে পংকজ ত্ৰিপাঠীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2023 3:09 pm
পংকজ ত্রিপাঠী।

পংকজ ত্রিপাঠী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান তেওঁ অ’টিটিৰ সম্ৰাট। তেওঁৰ চিৰিজ ইখনৰ পিছত সিখন হিট। কেৱল হিট ছিৰিজেই নহয়, তেওঁ চিনেমাতো কাম কৰি আছে একাধাৰে। হয়, পংকজ ত্ৰিপাঠীৰ কথাই কৈছোঁ। শেহতীয়াকৈ তেওঁক দেখা গৈছিল ‘OMG’ 2 ত। এই পংকজে নিজৰ বিষয়ে কিছু অজান তথ্য ফাদিল কৰিছে।

বিহাৰৰ বেলাসন্দৰ সন্তানে এতিয়া মুম্বাইত শাসন চলালেও জানেনে যে তেওঁৰ পিতৃ-মাতৃ পংকজৰ অভিনয়ক লৈ একেবাৰেই উৎসাহী নহয়।

“মোৰ এই কৃতিত্বত দেউতা বৰ সুখী নহয়”- পংকজে স্পষ্টভাৱে কয়। আনকি তেওঁ কয় যে এতিয়ালৈকে তেওঁৰ দেউতাক কেতিয়াও কোনো চিনেমা হললৈ যোৱা নাই। পংকজে নতুন ঘৰ এটা কিনিলে। গৃহপ্ৰৱেশৰ সময়ত দেউতাকক সেই ঘৰলৈ লৈ আহিছিল। কিন্তু অভিনেতাজনে কয় যে ধুনীয়া ঘৰটো দেখাৰ পিছতো পিতৃৰ বিশেষ প্ৰতিক্ৰিয়া হোৱা নাছিল।

লগতে পঢ়ক: কেতিয়াও কল্পনাও কৰা নাছিল এনে চৰিত্ৰ; ‘এনিমেল’ ছবিখনক লৈ অধীৰ অপেক্ষাত ৰশ্মিকা

পংকজে লগতে কয়, “মোৰ এই কৃতিত্বত দেউতা বৰ বেছি সুখী নহয়। দেউতাই এতিয়াও নাজানে মই চিনেমাত ঠিক কি কৰো। চিনেমা হল এটা ভিতৰৰ পৰা কেনেকুৱা হয় দেউতাৰ এতিয়াও কোনো ধাৰণা নাই। কেতিয়াবা টিভি বা কম্পিউটাৰত মোৰ কামবোৰ চায়। সেয়াও আন কোনোবাই দেখুৱালেহে চায়।”

আৰু মাতৃ? পিতৃৰ দৰে মাতৃও পুত্ৰৰ কামত গৌৰৱান্বিত নহয় নেকি? পংকজৰ উত্তৰ, “মোৰ মায়ে মোক টিভিত চায়, আৰু লগে লগে ফোন কৰি কয় ‘তুমি ইমান ক্ষীণাই গৈছা। ভালদৰে খোৱা-বোৱা কৰা নাই। মোৰ অভিনয়ক লৈ তেওঁৰ কোনো কথা নাই।”

অৱশ্যে এনে নহয় যে পংকজে নিজেও বিলাসী জীৱন কটায়। বিগত ২০ বছৰ ধৰি একেটা ফোনকে ব্যৱহাৰ কৰি আহিছে। সেই ফোনত হোৱাটছএপৰ দৰে ফিচাৰ নাই। অৱশ্যে তেওঁৰ কোনো আক্ষেপো নাই। এই প্ৰসংগত কোনোবাই সুধিলে পংকজে স্পষ্ট কৰি দিয়ে, “নাই, মই হোৱাটছএপ ব্যৱহাৰ নকৰো।”

লগতে পঢ়ক: অক্ষয় কুমাৰক চৰ মাৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ! হিন্দুত্ববাদী সংগঠনৰ ৰোষত অভিনেতা

উল্লেখ্য যে পংকজ ত্ৰিপাঠীৰ নতুন ছবিত অক্ষয় কুমাৰো আছে। প্ৰথম দিনৰ বক্স অফিচত ছবিখনে ১০ কোটিৰো অধিক টকা উপাৰ্জন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

September 20, 2025 9:33 am
ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

September 20, 2025 8:05 am
নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

September 20, 2025 6:30 am
শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

September 20, 2025 9:33 am
ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

September 20, 2025 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd