• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেতিয়াও কল্পনাও কৰা নাছিল এনে চৰিত্ৰ; ‘এনিমেল’ ছবিখনক লৈ অধীৰ অপেক্ষাত ৰশ্মিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2023 1:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰশ্মিকা মন্দানাই  আৰু অপেক্ষা কৰিব পৰা নাই। তেওঁ ‘এনিমেল’ ছবিখনত নতুন ৰূপেৰে সকলোকে আচৰিত কৰি তুলিব বিচাৰে। তেওঁৰ নতুন ৰূপটো দেখি সকলোৱে কি কয় চাব ​​বিচাৰে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰশ্মিকাই ছবিখনক লৈ নিজৰ অনুভৱ ব্যক্ত কৰিছে।

এক সাক্ষাৎকাৰত ৰশ্মিকাই উচ্ছ্বসিতভাৱে ‘এনিমেল’ৰ বিষয়ে কয়, ‘মই আগ্ৰহেৰে অপেক্ষা কৰি আছো, কেতিয়া দৰ্শকে মোৰ এই ছবিখন চাব। তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ মই অধিক উদ্বিগ্ন হৈ পৰিছো। এই ছবিখনত মোৰ চৰিত্ৰ সম্পূৰ্ণ বেলেগ। এনে ভূমিকা ৰূপায়ন কৰাৰ কথা আগতে কেতিয়াও কল্পনা কৰা নাছিলো। সমালোচক আৰু অনুৰাগীয়ে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া চাবলৈ ৰৈ থাকিব পৰা নাই।’

Apply Now

কবীৰ সিং ছবিৰে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰা সন্দীপ ৰেড্ডী ভাংগাৰৰ দ্বিতীয়খন হিন্দী চিনেমা ‘এনিমেল’।

ছবিখনত ৰশ্মিকা আৰু ৰণবীৰ কাপুৰক যুটি হিচাপে দেখা যাব। এই ছবিখনৰ চেটৰ কিছু ছবি ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ছবিখনত সম্পূৰ্ণ নতুন চৰিত্ৰত দেখা যাব ৰণবীৰকো। চলিত বৰ্ষৰ ডিচেম্বৰ মাহত ছবিখন মুক্তি পোৱাৰ সম্ভাৱনা আছে। ৰশ্মিকা ছবিখনক লৈ বৰ আশাবাদী।

ইয়াৰ কাৰণ ব্যাখ্যা কৰি এই দক্ষিণৰ তাৰকা অভিনেত্ৰীগৰাকীয়ে কয়, ‘ডিচেম্বৰ মাহ মোৰ বাবে সদায় ভাগ্যৰ মাহ। মোৰ প্ৰথম ছবি “কিৰিক পাৰ্টি”ৰ পৰা আৰম্ভ কৰি “পুষ্পা”, “চমক” আৰু “অঞ্জনী পুত্ৰ” ডিচেম্বৰ মাহত মুক্তি পোৱা চিনেমা। ডিচেম্বৰ মাহত মুক্তি পোৱা ছবি কেইখনৰ বাবে সকলোৰে পৰা মৰম পাইছিলোঁ। ডিচেম্বৰ মাহত মুক্তি পাবলগীয়া মোৰ পঞ্চমখন ছবি এনিমেল। সেয়ে, ছবিখনক লৈ মই অধিক উৎসাহিত।

‘এনিমেল’ৰ বাহিৰেও ৰশ্মিকাক পৰৱৰ্তী সময়ত দেখা যাব ‘পুষ্পা ২’ত। ‘ৰেইনবো’ নামৰ আন এখন ছবিতো তেওঁ অভিনয় কৰিছে। তামিলৰ উপৰিও ৰশ্মিকাই তেলেগু, কানাড়া ছবিতো কাম কৰি আহিছে।

ইয়াৰ উপৰিও ৰশ্মিকাই সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে যুটি বান্ধিছিল ‘মিছন মজনু’ ছবিত। অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি লাভ কৰিছিল ছবিখন।

গুডবাই ছবিৰ জৰিয়তে বলীউডতো নিজৰ যাত্ৰা আৰম্ভ কৰিছে ৰশ্মিকাই। ছবিখনত অমিতাভ বচ্চন আৰু নীনা গুপ্তাৰ দৰে শিল্পীয়ে অভিনয় কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd