• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰাক-ব্ৰহ্মপুত্ৰত অসমীয়া ভাষা প্ৰথম ভাষা হিচাপে প্ৰচলিত হৈ থাকিব লাগিব : পৰমানন্দ ৰাজবংশী

কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱক কটাক্ষ অসম সাহিত্য সভাৰ বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশীৰ

NE NOW NEWS দীপজ্যোতি শৰ্মা
গুৱাহাটী , February 17, 2020 7:51 pm

1 min read

b3bd1275-b373-4706-bf0f-ab5707a1fe9f

ফটো : নৰ্থ-ইষ্ট নাও

746
VIEWS
Share on FacebookShare on Twitter

বৰাকৰ মুখ্য ভাষা বঙালী হ’ব লাগে বুলি বিভিন্ন সময়ত মন্তব্য কৰি অহা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱক আজি উভতি ধৰিছে অসম সাহিত্য সভাৰ বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

শিলচৰৰ প্ৰাক্তন সাংসদগৰাকীক কটাক্ষ কৰি ৰাজবংশীয়ে কয়, ‘অসমীয়া আৰু বঙালী ভাষা যে ভাই-ককাই তেওঁ সেই কথাটো জানিব লাগিব। বাপেকৰ পদাংক অনুসৰণ কৰি বাংলা ৰাজনীতি কৰিলে নহ’ব’।

তেওঁ লগতে কয়, ‘কাৰণ আমিতো মাহে মাহে বা দুমাহৰ মূৰত বৰাক উপত্যকালৈ গৈছো আৰু তাত সভা কৰিছো, অসমীয়া ভাষাৰ উন্নতিৰ কথা কৈছো, নাটক কৰিছো কোনো বাংলাভাষী মানুহে আমাক আপত্তি কৰা নাই’৷

‘আমি বিচাৰো জ্যোতি প্ৰসাদ, ৰবিন্দ্ৰ নাথৰ কাৰ্যসূচী সমূহ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে বুজি উঠাৰ বাবে উদযাপন কৰক কিন্তু যোৱা বৰ্ষত ৰবিন্দ্ৰ জয়ন্তীৰ দিনটোত চৰকাৰী বিদ্যালয়ত পৰীক্ষা পাতিছিল তাক অসম সাহিত্য সভাই তীব্ৰ বিৰোধিতা কৰিছিল। সেই সময়ত সুস্মিতা দেৱ ক’ত আছিল’ বুলি ৰাজবংশীয়ে প্ৰশ্ন কৰে।

‘অসম সাহিত্য সভাৰ স্পষ্ট কথা বৰাক-ব্ৰহ্মপুত্ৰ সকলোতে অসমীয়া ভাষা প্ৰথম ভাষা হিচাপে প্ৰচলিত হৈ থাকিব লাগিব’, ৰাজবংশীয়ে লগতে কয়।

উল্লেখ্য যে আজি অসম সহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত বিদায়ী সভাপতি ৰাজবংশীয়ে সম্বোধন কৰা সংবাদমেলত উপস্থিত থাকে ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অৱনীমোহন চৌধুৰী।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd