• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুম্বাইৰ মুষলধাৰ বৰষুণে অসুবিধাত পেলাইছে গুৱাহাটীৰ পৰা মুম্বাইলৈ যাবলগীয়া বিমানযাত্ৰীসকলক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2019 5:21 pm
Mumbai-Rainfall-750x375

মুম্বাইৰ বৰষুণত বাধাগ্ৰস্ত জন-জীৱন

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে মুম্বাইত হোৱা প্ৰৱল বৰষুণৰ বাবে আকাশী পথেৰে গুৱাহাটীৰ পৰা মুম্বাইলৈ যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলে সময়মতে লক্ষ্যস্থানত উপস্থিত হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখিন হ’বলগীয়া হৈছে।

মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ৰাতিপুৱা ৯.১২ ৰ পৰা ৯.৩১ লৈ প্ৰবল বৰষুণৰ বাবে বিমান সেৱা বাতিল কৰা হয়।

Apply Now

মুম্বাইৰ পৰা আহিবলগীয়া আৰু মুম্বাইলৈ যাবলগীয়া সকলো ধৰণৰ বিমানৰ সেৱা পলম হোৱাৰ সময়তে গুৱাহাটীৰ পৰা ৮.৪০ ত উৰা মৰা এখন ইণ্ডোগো বিমান ১২ মিনিট পলমকৈ মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে। বিমানখনে কিছু সময় নাচিকৰ আকাশমণ্ডলত উৰণ অব্যাহত ৰাখিবলগীয়া হৈছিল।

ৰঞ্জণ দাস নামৰ গুৱাহাটীৰ এগৰাকী ব্যৱসায়ীয়ে মুম্বাইত অৱতৰণ কৰাৰ পাছতে নৰ্থ-ইষ্ট নাওৰ আগত কোনোমতে মুম্বাইত উপস্থিত হ’ব পৰা বুলি জনায়। দাসে আবেলি ৩ বজাত এখন ব্যৱসায়ীক বৈঠকত অংশ লোৱাৰ কথা আছিল।

গুৱাহাটীৰ পৰা মুম্বাইলৈ আহিবলগীয়া বিমান যাত্ৰীসকলে কেতিয়া বিমানবন্দৰত অৱতৰণ কৰিব পাৰিব সেই সম্বন্ধে বৰ্তমান সঠিক কৈ একো ক’ব পৰা হোৱা নাই।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি মুম্বাই আগন্তুক ২৪ ঘন্টাৰ ভিতৰত প্ৰৱল বৃষ্টিপাত হ’বলগীয়া অঞ্চলৰ ভিতৰত আছে।

পশ্চিম দিশৰ পৰা অহা বতাহে মুম্বাইৰ আকাশ মণ্ডলত ঘন ক’লা ডাৱৰৰ সৃষ্টি কৰিছে আৰু আজি আবেলিৰ ভাগলৈ দুঘণ্টা প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

আজি গুৱাহাটীৰ পৰা মুম্বাইলৈ স্পাইচ জেটৰ দুখন বিমানৰ ভিতৰত এচ জি ৬৪৮১ বিমানখনে ১২.৩০ বজাত গুৱাহাটীৰ পৰা মুম্বাই অভিমুখে উৰা মাৰিছে আৰু দ্বিতীয়খন বিমান এচ জি ৬২৬৬ য়ে ২.৫৫ ত মুম্বাই অভিমুখে উৰা মাৰিছে। দ্বিতীয়খন বিমানে সন্ধিয়া ৬ বজাত মুম্বাই বিমান বন্দৰত অৱতৰণ কৰাৰ কথা।

মঙলবাৰৰ দিনটোতো মুম্বাইত গোটেই দিনজুৰি প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটীৰ পৰা উৰা মাৰিবলগীয়া যাত্ৰীসকলে সময়মতে অৱতৰণ কৰাৰ ক্ষেত্ৰত অনিশ্চিয়তাত ভোগা দেখা গৈছে।

গুৱাহাটীৰ পৰা মুম্বাই অভিমুখে যাবলগীয়া ৰত্না দত্ত নামৰ এগৰাকী মহিলাই উল্লেখ কৰা মতে যদিহে মুম্বাই অভিমুখি তেওঁৰ বিমানখন বাতিল কৰা হয় অথবা বিমানৰ গতিপথ সলনি কৰি গন্তব্যস্থানত উপস্থিত হোৱাত পলম কৰা হয় তেনেহ’লে তেওঁ আমেৰিকালৈ যাবলগীয়া বিমান ধৰাত অসুবিধা হ’ব।

ৰত্না দত্তৰ ধৰণে অন্য যাত্ৰীসকলেও গুৱাহাটীৰ পৰা মুম্বাই অভিমুখে কৰা বিমান যাত্ৰাৰ সময়ত যথেষ্ট অসুবিধাৰ সন্মুখিন হ’বলগীয় হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd