DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত নৱেম্বৰলৈ আলু-পিয়াজৰ দাম কমাৰ আশা ক্ষীণ; ফণীভূষণ চৌধুৰীয়ে দিলে ইংগিত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2020 6:28 pm
Fanibhusan Choudhuri

ফণীভূষণ চৌধুৰী

291
VIEWS
Share on FacebookShare on Twitter

আলু আৰু পিয়াজৰ দৰে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধি সন্দৰ্ভত আজি অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ বিষয়ববীয়া সকলে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সৈতে এক আলোচনাত মিলিত হয়।

জনতা ভৱনত অনুষ্ঠিত হোৱা উক্ত আলোচনাত খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী গৰাকীয়ে নৱেম্বৰলৈ আলু আৰু পিয়াজৰ মূল্য হ্ৰাস পোৱাৰ কোনোধৰণৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰে।

মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে জানিবলৈ দিয়া মতে, আলু আৰু পিয়াজৰ উৎসতে মূল্য বৃদ্ধি হৈছে গতিকে ৰাজ্যত নৱেম্বৰ মাহলৈ আলু আৰু পিয়াজৰ মূল্য হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নায়।

উল্লেখযোগ্য যে, প্ৰতিবছৰে ছেপ্তেম্বৰ, অক্টোবৰ মাহৰ পৰা আলু-পিয়াজৰ মূল্য বৃদ্ধি হ’বলৈ আৰম্ভ কৰে।

ৰাজ্যত কৃত্ৰিম নাটনি দেখুৱাই এই সময়ছোৱাত অসাধু ব্যৱসায়ী সকলে আলু আৰু পিয়াজৰ ক্ষেত্ৰত অধিক মূল্য সংগ্ৰহ কৰাও দেখা যায়।

অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ বিষয়ববীয়া সকলে ৰাজ্য চৰকাৰক ৰাজ্যত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ যোগান সুনিশ্চিত আৰু মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে আহ্বান জনায়।

Recent News

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd