DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আন এটা নতুন বিতৰ্কৰ পুং; কলেজত বোৰ্খা নিষিদ্ধ, পিন্ধিলেই জৰিমনা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2020 5:00 pm
Burqa

প্ৰতিনিধিত্বমূলক ছবি।

6.3k
VIEWS
Share on FacebookShare on Twitter

অৰ্থনৈতিকভাৱে লাভদায়ক নোহোৱা এটাৰ পিছত আন এটা বিতৰ্কই বন্দী কৰি ৰখা দেশখনত আৰম্ভ হৈছে আন এটা নতুন বিতৰ্ক।

পাটনাৰ এখন মহিলা মহাবিদ্যালয় জে ডি ৱ’মেন কলেজ কৰ্তৃপক্ষই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সমসাজ (য়ুনিফৰ্ম) নিৰ্ধাৰণ কৰি দিয়া জাননীত “বোৰ্খা”ক নিষিদ্ধ কৰা হৈছে।

বিশেষভাৱে আৰবীয় মুছলমান মহিলাই ৰাজহুৱা স্থানত ওলালে “বোৰ্খা” নামৰ মূৰৰ পৰা ভৰিলৈকে শৰীৰ ঢকা এবিধ ক’লা ৰঙৰ সাজ পৰিধান কৰে।

ভাৰততো কিছু সংখ্যক মুছলমান মহিলাই বোৰ্খা পৰিধান কৰে যদিও মহাবিদ্যালয়খনে ইয়াৰ ছাত্ৰীসকলক বোৰ্খা পিন্ধাৰ ক্ষেত্ৰত আনুষ্ঠানিকভাৱে বাৰণ কৰি সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ দৃষ্টি কাঢ়িছে।

বিজনেছ ষ্টেণ্ডাৰ্ডকে ধৰি কিছু সংখ্যক সংবাদ প্ৰতিষ্ঠানে এই বাতৰি দি কৈছে যে মহাবিদ্যালয়খনৰ অধ্যক্ষই স্বাক্ষৰ কৰা জাননীখনত নিৰ্ধাৰিত সাজ নিপিন্ধি বোৰ্খা পৰিধান কৰিলে ছাত্ৰীসকলক ২৫০ টকাকৈ জৰিমনা বিহা হ’ব বুলি কোৱা হৈছে।

বাতৰিটোৰ মতে, কেৱল শনিবাৰ দিনটো ছাত্ৰীসকলক য়ুনিফৰ্মৰ সলনি নিজা পচন্দৰ সাজ পিন্ধিবলৈ অনুমতি দিয়া হৈছে।

Recent News

Lashkar Terrorist

সৰিয়হৰ ডুলিত ভূত! জম্মু-কাশ্মীৰত আটক কৰা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ওলাল বিজেপিৰ আই টি চেলৰ মুৰব্বী

Assam elephant

মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ১৫ টা হাতী

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd