• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশৰ সুৰক্ষাত সেৱা আগবঢ়াই সন্মানিত হ’ল পেট্ৰ’ন: কোন এই পেট্ৰ’ন!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2022 5:43 pm
ukraine dog patron
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিমাহ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধত শক্তিশালী ৰাছিয়াৰ বিৰুদ্ধে মৰণ-পন যুঁজ দিছে ইউক্ৰেইনে। দেশৰ সুৰক্ষাত বীৰদৰ্পে সেৱা আগবঢ়াই বোমা নিষ্ক্ৰিয় কৰা যুঁজাৰুসকলক সন্মান জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে।

এনে এজন যুঁজাৰু এতিয়া বিশেষভাৱে চৰ্চিত হৈছে। এই যুঁজাৰু জন অৱশ্যে মানুহ নহয়, এটা সৰু কুকুৰ। দেশৰ সুৰক্ষাত অৰিহণা যোগোৱা বাবে কুকুৰটোৱে ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ হাতৰ পৰা বঁটাও লাভ কৰিছে। আঢ়ৈ বছৰীয়া কুকুৰটোৰ নাম পেট্ৰ’ন।

Apply Now

ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰাৰ পিছত পেট্ৰ’নে প্ৰায় ২০০ টা বিস্ফোৰক উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে। বগা খয়েৰী ৰঙৰ পেট্ৰ’ন ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনৰ ৰক্তক্ষয়ী সংগ্ৰামৰ প্ৰতীক হৈ পৰিছে। পেট্ৰ’নৰ মালিকৰ নাম হৈছে মাইহেইলো ইলিভ।

ইলিভ ইউক্ৰেইনৰ সেনাবাহিনীত মেজৰ হিচাপে নিযুক্ত হৈ আছে। পেট্ৰ’নৰ লগতে মাইহেইলোকো পুৰস্কৃত কৰা হৈছে। দেওবাৰে অনুষ্ঠিত হোৱা পদক সমাৰোহত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোও উপস্থিত আছিল।

ছচিয়েল মিডিয়াত পোষ্ট কৰা ভিডিঅ’ত কানাডা আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানসকলক থিয় হৈ থকা দেখা গৈছে। সন্মানৰ বাবে নাম ঘোষণা কৰাৰ পিছত পেট্ৰ’ন মালিকৰ সৈতে আগবাঢ়ি আহিছে। পেট্ৰ’নে পদকটো লোৱাৰ আগতে নেজ লৰাই ধন্যবাদো দিছে।

 

Patron received his recognition. Among those who save the lives of 🇺🇦 every day are four-legged heroes. The most famous among them is Patron, a bomb-sniffing dog. In the presence of @JustinTrudeau, @ZelenskyyUa presented him an award “For Dedicated Work in the #UAarmy“. pic.twitter.com/mssSTlfIKW

— Defence of Ukraine (@DefenceU) May 9, 2022

এনে এক কঠিন সময়তো সেই দৃশ্য দেখি সকলোৰে মুখত হাঁহি বিৰিঙিছিল। জেলেনস্কিয়ে পেট্ৰ’নৰ অৱদানৰ বাবে কৃতজ্ঞতা জনাই মালিক মাইহেইলোক পদকটো হস্তান্তৰ কৰে।

অনুষ্ঠানটোৰ শেষত জেলেনস্কিয়ে কয়, “আমাৰ দেশত বোমা নিষ্ক্ৰিয় কৰা নায়কসকলক আজি সন্মানিত কৰা হৈছে। তেওঁলোকৰ লগত পেট্ৰ’ন নামৰ এটা সৰু কুকুৰো আছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd