• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাড়ী চলাই থাকোতে টোপনিয়ে কাঢ়ি নিলে চালকৰ চকু, তাতেই ঘটিল দুৰ্ঘটনাটো! কেনে আছে পৱনদ্বীপ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2025 1:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়ান আইডল ১২ৰ বিজয়ী তেওঁ। তেওঁৰ গীত শুনিয়েই মুগ্ধ হয় সকলো। তেওঁ হৈছে পৱনদীপ ৰাজন। সোমবৰে (৫ মে’) আহমেদাবাদত গাড়ী দুৰ্ঘটনাত পতিত হয়। পুৱা প্ৰায় ৩:৪০ বজাত গায়কগৰাকীৰ গাড়ীখন এখন ট্ৰাকত খুন্দা মাৰে। গাড়ীত থকা সকলোৱে গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, তেওঁ উত্তৰাখণ্ডৰ ঘৰৰ পৰা আহমেদাবাদৰ কোনো ঠাইলৈ অনুষ্ঠানৰ বাবে গৈ আছিল। কণ্ঠশিল্পীগৰাকীৰ সৈতে আছিল তেওঁৰ বন্ধু অজয় ​​মেহৰা আৰু চালক ৰাহুল সিং। ৰাতিপুৱালৈকে গাড়ীৰ চালকৰ ক্লান্ত হৈ টোপনি আহিল আৰু ফলত দুৰ্ঘটনাটো সংঘটিত হ’ল।

Apply Now

তদন্তত প্ৰকাশ পাইছে যে চালকজনে টোপনি যোৱাৰ ফলত গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় সকলো। দুৰ্ঘটনাটোৰ পিছতে সকলোকে চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পৰা তেওঁলোকক নয়ডাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়।

কালি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে পৱনদ্বীপৰ বাওঁ ভৰি আৰু সোঁহাতত আঘাত পাইছে। হস্পিতালৰ বিচনাত পৰি আছে। গোটেই শৰীৰত তেজৰ দাগ। কিন্তু পিছত গম পোৱা গ’ল যে সংগীত শিল্পীগৰাকীয়ে কেৱল হাতখনতে নহয়, দুয়োখন ভৰি আৰু মূৰতো গুৰুতৰভাৱে আঘাত পাইছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, তদন্ত অব্যাহত আছে। অৱশ্যে প্ৰাৰম্ভিক অনুমান অনুসৰি চালকজন ভাগৰুৱা হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। এতিয়া সকলো চিকিৎসকৰ তত্বাৱধানত। সকলোৱে যাতে অতি সোনকালে সুস্থিৰ অৱস্থালৈ ঘূৰি আহে তাৰ বাবে চিকিৎসকে চেষ্টা চলাইছে।

উল্লেখ্য যে পৱনদ্বীপৰ ঘৰ উত্তৰাখণ্ডৰ চম্পাৱত জিলাত। মাত্ৰ ২ বছৰ বয়সতে তেওঁ আটাইতকৈ কম বয়সীয়া তবলাবাদকৰ বঁটা লাভ কৰিছিল।পৰিয়ালৰ সকলোৱে সংগীত জগতৰ লগত জড়িত। তেওঁৰ মাক-দেউতাক আৰু ভনীয়েক তিনিওজনেই লোকসংগীতৰ শিল্পী।

২০১৫ চনত ‘দ্য ভইচ ইণ্ডিয়া’ত জয়ী হোৱা পৱনদ্বীপে লাভ কৰিছিল ৫০ লাখ টকা আৰু এখন গাড়ী। তাৰ পিছত ‘ইণ্ডিয়ান আইডল’ত জয়ী হোৱাৰ পিছত তেওঁ সকলোৰে প্ৰিয় হৈ পৰে। পৱনদ্বীপৰ দুৰ্ঘটনাৰ কথা শুনি তেওঁৰ অনুৰাগীসকলে এক উদ্বিগ্নতাৰে দিন পাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd