• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেগাচাছ স্পাইৱেৰ: উচ্চতম ন্যায়ালয়ৰ নিযুক্ত কাৰিকৰী সমিতিক মাত্ৰ দুজন ব্যক্তিৰ ফোন জমা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2022 7:15 pm
Pegasus
145
VIEWS
Share on FacebookShare on Twitter

পেগাচাছ স্পাইৱেৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত কাৰিকৰী সমিতিৰ হাতত মাত্ৰ দুজন এতিয়ালৈকে তেওঁলোকৰ ফোন দিয়াৰ প্ৰতিশ্ৰুতি দিছে। এই কথা সদৰি কৰিছে উচ্চতম ন্যায়ালয়ে।

ইয়াৰ ফলত পেনেলখনে পেগাচাছ স্পাইৱেৰ প্ৰভাৱিত ব্যক্তিসকলক পেনেলৰ সন্মুখত উপস্থিত হোৱাৰ সময়সীমা বৃদ্ধি কৰিবলৈ বাধ্য হৈছে।

উচ্চতম ন্যায়ালয়ে নিযুক্ত কৰা কাৰিকৰী সমিতিয়ে এতিয়া ৮ ফেব্ৰুৱাৰীলৈকে সময় সীমা বৃদ্ধি কৰিছে।

যিসকলে পেগাচাছ স্পাইৱেৰৰ দ্বাৰা তেওঁলোকৰ মোবাইল ডিভাইছ প্ৰভাৱিত হৈছে বুলি সন্দেহ কৰে, তেওঁলোকক পেনেলৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিছে।

নিউয়ৰ্ক টাইমছৰ এক শেহতীয়া প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰতে ২০১৭ চনত ইজৰাইলৰ সৈতে ২ বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰতিৰক্ষা চুক্তিৰ অংশ হিচাপে পেগাচাছ স্পাইৱেৰ ক্ৰয় কৰিছিল।

এই অভিযোগৰ পিছতে যোৱা শনিবাৰে দেশৰ ৰাজনীতিত তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল।

বিৰোধীয়ে অভিযোগ কৰিছিল যে চৰকাৰে অবৈধ স্নুপিংত লিপ্ত হৈছে আৰু চৰকাৰৰ এই কাৰ্য দেশদ্ৰোহীৰ সমপৰ্য্যায়ৰ।

বৃহস্পতিবাৰে জাৰি কৰা এক ৰাজহুৱা জাননীত উচ্চতম ন্যায়ালয়ৰ নিযুক্ত পেনেলে কয় যে জানুৱাৰীত ৰাইজৰ ওচৰত প্ৰাৰম্ভিক আবেদনৰ সঁহাৰি স্বৰূপে মাত্ৰ দুজন ব্যক্তিয়ে তেওঁলোকৰ মোবাইল জমা দিছে।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd