• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁও ৰে’ল ষ্টেচনত ফুট অভাৰ ব্ৰীজৰ অভাৱত জনতাৰ দুৰ্ভোগ, শীঘ্ৰে নিৰ্মাণৰ দাবীত প্ৰতিবাদী সমদল

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
August 4, 2022 7:47 am
104
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও ৰে’লৱে ষ্টেচনত থকা ফুট অভাৰ ব্ৰীজখন ৰে’লৱে বিভাগে ভাঙি দিয়াৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত৷ ফুট অভাৰ ব্ৰীজখন ভাঙি দিয়াৰ ফলত পালপাৰা , বাবুপাৰা , নেতাজী নগৰ , খাৰিজা দোলাইগাঁও , কৃষাণ বজাৰকে ধৰি বৃহত্তৰ অঞ্চলৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকল যাতায়াতৰ ক্ষেত্ৰত এক ডাঙৰ সমস্যাত ভুগিবলগীয়া হৈছে ৷

কাৰণ এই ফুট অভাৰ ব্ৰীজখনৰ জৰিয়তে চহৰখনৰ দুই মেৰু উত্তৰ আৰু দক্ষিণৰ দিশৰ অতি সহজ যোগাযোগৰ ব্যৱস্থা আছিল ৷ কিন্তু ফুট অভাৰ ব্ৰীজখন ভাঙি দিয়াৰ ফলত বন্ধ হৈ পৰিল এই সহজ যোগাযোগ ব্যৱস্থা ৷ ফলত এতিয়া কেবা কিলোমিটাৰ ঘূৰি উত্তৰ পাৰৰ বৃহৎ অঞ্চলৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়ে যাব লগীয়া হৈছে দক্ষিণ পাৰলৈ ৷

ফুট অভাৰ ব্ৰীজখন পুনৰ নিৰ্মাণৰ দাবীত সৰৱ হৈ উঠিছে বিভিন্ন দল – সংগঠন৷ ফুট অভাৰ ব্ৰীজখন পুনৰ নিৰ্মাণৰ দাবীত বঙাইগাঁৱত উলিওৱা হয় এক প্ৰতিবাদী সমদল ৷

বঙাইগাঁও নাগৰিকৰ হৈ উলিওৱা এই প্ৰতিবাদী সমদলটো বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ যায় ৷ প্ৰতিবাদকাৰীসকলে ফুট অভাৰব্ৰীজখন পুনৰ নিৰ্মাণৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

স্মাৰকপত্ৰৰ প্ৰতিলিপি এনএফ ৰে’লৱেৰ মালিগাঁৱস্থিত মহাপ্ৰৱন্ধক আৰু ৰঙিয়া সংমণ্ডলৰ প্ৰৱন্ধকলৈ প্ৰেৰণ কৰে৷

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd