• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ স্মৃতি দিৱস

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2023 11:20 am
81
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলদৈৰ সোণটি বাচাহে ধনটি মোজাম্মিল
মোজাম্মিলৰ ৰক্তে পাই ভাষা জিলমিল
মঙলদৈ তোমাৰ নাম হওক মংগল তোমাৰ৷..
–ড৹ ভূপেন হাজৰিকা

১৯৭২ চনৰ ৬ অক্টোবৰ দিনটোতে অসমীয়া ভাষা ৰক্ষাৰ বাবে শ্বহীদ হৈছিল এইগৰাকী অসম সন্তানে। মাত্ৰ ১২ বছৰ বয়সত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা মাধ্যম আন্দোলনৰ সময়ত শ্বহীদ হৈছিল মোজাম্মিল। আজি সেই ভাষা আন্দোলনৰ প্রথমগৰাকী শ্বহীদ মোজাম্মিল হকৰ স্মৃতি দিৱস।

অসমীয়া ভাষাক এলাগী কৰি অসমত বাংলা ভাষাকো উচ্চ শিক্ষাৰ মাধ্যম কৰাৰ বাবে অসম বিধান সভাই গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা প্ৰতিবাদ মুখৰ হৈ পৰিছিল।

Apply Now

অসমৰ ভৌগলিক পৰিসীমাৰ ভিতৰত একমাত্ৰ অসমীয়াই উচ্চ শিক্ষাৰ মাধ্যম হোৱাৰ দাবীৰে আছুৱে ১৯৭২ চনৰ ৩০ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত সৰ্বাত্মক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি ৫ অক্টোৱৰত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান দিছিল।

সেই মৰ্মে ৫ অক্টোবৰৰ দিনা মোজাম্মিলে অসম বন্ধ সফল কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল। সেই সময়ত তেওঁ আছিল অষ্টম শ্ৰেণীৰ ছাত্ৰ।

খাৰুপেটীয়াৰ একাংশ মাধ্যম আন্দোলন বিৰোধী লোকে বন্ধৰ বিৰোধ কৰি দোকান-পোহাৰ খোলা ৰাখিছিল। সেই খবৰ পোৱাৰ পিছত আন্দোলনৰ কেইজনমান স্বেচ্ছাসেৱকৰ লগত মোজাম্মিল হকেও এখন ট্ৰাকত উঠি দোকান-পোহাৰ বন্ধ কৰিবলৈ মঙলদৈৰ পৰা খাৰুপেটীয়ালৈ আহিছিল।

খাৰুপেটীয়া গৈ পোৱাৰ পিছত পূৰ্বৰে পৰা সুসজ্জিত হৈ খাপ পিতি থকা এচাম আন্দোলন বিৰোধী লোকে কম বয়সীয়া স্বেচ্ছাসেৱকৰ দলটোৰ ওপৰত আক্ৰমণ চলায়। সেই আক্ৰমণত মোজাম্মিলো গুৰুতৰভাৱে আহত হয়।

কেইজনমান ছাত্ৰ আৰু স্থানীয় লোকে তেওঁক খাৰুপেটীয়াৰ চিকিৎসালয়ত ভৰ্তি কৰায় আৰু প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁক মংগলদৈলৈ স্থানান্তৰ কৰা হয়। মংগলদৈৰ চিকিৎসকে অৱস্থা সংকটজনক দেখি তেওঁক গুৱাহাটী মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে আৰু তাতেই পিছদিনা ৬ অক্টোবৰত তেওঁৰ মৃত্যু হয়।

তেতিয়াৰে পৰা জাতীয়তাবাদী, স্বাভিমানী অসমীয়াই অসমীয়া মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ মৃত্যু দিৱসত ভাষা শ্বহীদগৰাকীৰ প্ৰতি সশ্রদ্ধ প্ৰণাম জনাই আহিছে।

অসমীয়া ভাষাৰ এগৰাকী কৃতবিদ্য সাহিত্যিক বেণুধৰ শৰ্মাই  লিখিছিল, “মোজাম্মিল তুমি আজি বেহেস্তত, বৈকুণ্ঠত। তোমাৰ মৃত্যুহীন প্ৰাণে অসমীয়া ভাষা প্ৰেমিকক অনন্ত কাললৈ উদগণি দি থাকিব”। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd