• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম দিখৌমুখৰ বিস্তৃৰ্ণ অঞ্চল; তপন গগৈ লৈ স্থানীয় ৰাইজৰ আহ্বান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 30, 2019 9:55 pm
IMG-20190530-WA0003

দিখৌমুখত ব্ৰহ্মপুত্ৰলৈ মুখ কৰি এগৰাকী মহিলা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ ঐতিহাসিক দিখৌমুখৰ এক বিস্তর্ণ অঞ্চল এতিয়া ইতিহাস হোৱাৰ দিশত। অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ ভয়াবহ গড়াখহনীয়াৰ ফলত ক্ৰমশঃ হ্ৰাস পাবলৈ ধৰিছে দিখৌমুখৰ মাটিকালি।

বহুবছৰ ধৰি দিখৌমুখত  ব্ৰহ্মপুত্ৰ নদীয়ে  চলোৱা খহনীয়াৰ ফলত শ শ বিঘা ভূমি  এতিয়া পানীৰ তলত। ব্ৰহ্মপুত্ৰৰ বুকুত ইতিমধ্যে ইখনৰ পাছত সিখন গাঁও জাহ গৈছে। বৰ্তমান বাৰিষাৰ আগমনৰ লগে লগে শংকিত হৈ পৰিছে গাওঁবাসী। কোন সময়ত খহনীয়াৰ ফলত মথাউৰি ছিঙি ঘৰ দুৱাৰ উটুৱাই লৈ যায় তাৰ কোনো নিশ্চয়তা নাই।

Apply Now

বিগত ৫ বছৰৰ পৰা ক্ৰমাগতভাবে সমষ্টিৰ সাংসদগৰাকীক গড়াখহনীয়া ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন সময়ত আবেদন নিবেদন কৰি থকা হৈছিল যদিও পাঁচ বছৰ উকলি যোৱাৰ পাছতো চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল।

বৰ্তমানৰ বিজেপি আৰু পূৰ্বৰ কংগ্ৰেছ চৰকাৰে দিখৌমুখ অঞ্চলৰ গড়াখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি স্খানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।

উল্লেখযোগ্য যে, বহু বছৰ ধৰি চলি অহা ব্ৰহ্মপুত্ৰ নদীৰ গড়াখহনীয়াৰ ফলত প্ৰায় ২০০ ৰো অধিক পৰিয়ালে নিজৰ স্থাৱৰ সম্পতি এৰি অন্য ঠাইলৈ স্থানান্তৰিত হব লগীয়া হৈছে।

প্ৰায় ছয় বছৰৰ পূৰ্বে ১৪ কোটি টকীয়া পাৰ্কোপাইনৰ এক আঁচনি লোৱা হৈছিল যদিও সেই আঁচনিখন সফল নহল আৰু ব্ৰহ্মপুত্ৰৰ বুকুত জাঁহ যায় আঁচনি খন।

আনহাতে, দিখৌমুখৰ এই অঞ্চললৈ অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈয়ে দুবাৰকৈ ভ্ৰমণ কৰি ৰাইজক খহনীয়া সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল যদিও কাৰ্যক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা ন’গল।

মিচিং স্বায়ত্ত শাসিত পৰিষদে নিজাববীয়া কৈ প্ৰায় বিশ লাখ টকাৰ এখন আঁচনি গ্ৰহণ কৰিছিল যদিও সেইখন আঁচনিও ব্ৰহ্মপুত্ৰৰ কোবাল সোতত নিচিহ্ন হৈ যায়। যাৰ বাবে এতিয়া স্থানীয় ৰাইজে খহনীয়া ৰোধৰ স্থায়ী সমাধান বিচাৰিছে।

দিখৌমুখ অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পূৰ্বে যোৰহাট সমষ্টিৰ নৱনিযুক্ত সাংসদ তপন কুমাৰ গগৈক অঞ্চলটোত খহনীয়া ৰোধ কৰাৰ বাবে নিৰ্দষ্ট কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটো ৰক্ষা কৰাৰ বাবে স্থানীয় ৰাইজে আহ্বান জনাইছে।

 

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd