• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সম্প্ৰীতিৰ মিলন ভূমি কোকিলা-গোলাপাৰাত চৰকাৰী নীতি নিৰ্দেশনাৰে দিয়া হ’ল প্ৰতিমা বিসৰ্জন

ইয়াছিন আলী by ইয়াছিন আলী
October 27, 2020 8:36 am
IMG20201026142424

ফটো: নৰ্থইষ্ট নাও

8.8k
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত তথা বঙাইগাঁও-বৰপেটা জিলাৰ সীমামূৰীয়া অঞ্চল কোকিলা-গোলাপাৰা হিন্দু-মুছলিমৰ মিলনভূমি বুলি সকলোৱে জানে।

পূৰ্বৰে পৰাই দুয়ো সম্প্ৰদায়ৰ লোকে অঞ্চলটোত মিলা প্ৰীতিৰে বসবাস কৰি আহিছে। প্ৰতিবাৰেই বিভিন্ন উৎসৱ পাৰ্বণত দুয়ো সম্প্ৰদায়ৰ লোকে দুয়ো সম্প্ৰদায়ক সহায়  সহযোগ কৰি আহিছে।

এইবেলি দুৰ্গা পূজাতো একে দৃশ্য দেখিবলৈ পোৱা গৈছে। মহামাৰী কৰ’নাৰ বাবে আন বছৰৰ দৰে যদিও আনন্দ উল্লাসৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা নাই, তথাপি কাৰো মনৰ পৰা যেন অকণো উৎসাহ হ্ৰাস পোৱা নাই।

চৰকাৰী সকলো নীতি-নিয়ম পালন কৰি উদযাপন কৰা হল দুৰ্গোৎসৱ। মহামাৰী কৰ’নাৰ বাবে চৰকাৰে যিসমূহ নীতি-নিয়ম বান্ধি দিছিল সেই নীতি-নিয়মৰ মাধ্যেমেৰে পূজা কমিটিয়ে পূজা কৰা পৰিলক্ষিত হৈছে।

এই দুৰ্গোৎসৱ পালনৰ বাবে হিন্দু-মুছলমানৰ কোনো ভেদাভেদ নাৰাখি মুছলমান সকলে সম্ভাৱ্য সহায় সহযোগ কৰিছে। আনহাতে, মুছলমান লোকৰ কোনো উৎসৱ পাৰ্বন আহিলেও হিন্দু সকলেও যৎপৰোনাস্তি সহায় সহযোগ কৰা দেখা যায়।

সকলো দিশ চালি জাৰি চাই কব পাৰি যে যি সকলে হিন্দু-মুছলমানৰ নামত হিংসাৰ বীজ সিঁচিব বিচাৰে সেই সকলে এবাৰ হ’লেও কোকিলা-গোলাপাৰা ভ্ৰমণ কৰিব যাব লাগে। সাম্প্ৰতিক সময়ত কোকিলা-গোলাপাৰা হৈ পৰিছে ভাতৃত্ববোধৰ নিদৰ্শন।

বিজয়া দশমীত পূজাস্থলীৰ পৰা প্ৰতিমা বিসৰ্জন স্থলীলৈ প্ৰতিমাসমূহ লৈ যাওঁতে চৰকাৰৰ নিৰ্দেশ মানি প্ৰতিমা সমূহ লৈ অহা হয়। গোলাপাৰাত খুব কম সংখ্যক ভক্তৰে প্ৰতিমা বিসৰ্জন দিয়া পৰিলক্ষিত হয়।

প্ৰতিমা বিসৰ্জনৰ সময়ত যাতে চৰকাৰে বান্ধি দিয়া নীতি নিয়মৰ কোনো উলংঘা নহয় তাৰ বাবে কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰ প্ৰাপ্ত আৰক্ষী হৰগোবিন্দ হালৈ উপস্থিত থাকে আৰু চৰকাৰৰ নীতি নিয়ম মতে কাৰ্যসূচী সুচাৰুৰূপে সমাপন কৰা হয়।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd