• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দৰিদ্ৰজনৰ ত্ৰাণকৰ্তা চুনু চুডৰ মূৰ্তি নিৰ্মাণ কৰি ভক্তই কৰিছে পূজা অৰ্চনা; কিন্তু ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2020 6:47 pm
Epvc2RFUUAEbuFk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলিউদৰ অভিনেতা চুনু চুড। যোৱা লকডাউনৰ সময়ত দৰিদ্ৰজনৰ ত্ৰাণকৰ্তাৰূপে আবিৰ্ভাৱ ঘটিছিল তেওঁৰ।

লকডাউনত আৱদ্ধ হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকক নিজা খৰচেৰে ঘৰলৈ পঠোৱাৰ পিছৰে পৰা চুনু চুডৰ মানৱতা কেৱল দেশতে নহয়, বিশ্বতো চৰ্চা লাভ কৰিছে।

Apply Now

কেৱল ইমানেই নহয়, লকডাউনত কৰ্মহীন হোৱা দৰিদ্ৰসকলৰ বাবে চুনু চুডে ই-ৰিক্সা যোগান ধৰাৰ কথাও ঘোষণা কৰিছে। যাতে নিজা উপাৰ্জনেৰে পৰিয়াল পোহ পাল দিয়াৰ লগতে এটা স্বাভাৱিক জীৱন যাপন কৰিব পাৰে কৰ্ম সংস্থান হেৰুৱা দৰিদ্ৰসকলে।

দৰিদ্ৰ শিক্ষাৰ্থীক পঢ়া-শুনাৰ খৰচ বহন কৰা, চিকিৎসা ব্যয় বহন কৰা, ঘৰ নিৰ্মাণ কৰি দিয়া আদি অনেক কাম চুনু চুডে নিজা উপাৰ্জনৰ ধনেৰে কৰি আহিছে।

Main Hoon Na 🙏
Surgery scheduled for 31st. @IlaajIndia https://t.co/xLopseu7pB

— sonu sood (@SonuSood) December 21, 2020

আনহাতে এগৰাকী চাৰি বছৰীয়া শিশুৰো জীৱন দান কৰিছে অভিনেতা চুনু চুডে। পক্ষঘাটগ্ৰস্ততাত আক্ৰান্ত তাহা নামৰ চাৰি বছৰীয়া শিশুটিৰ অস্ত্ৰোপচাৰ কৰিব লাগে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত অস্ত্ৰোপচাৰৰ ব্যয় বহন কৰিবলৈ অক্ষম শিশুটিৰ অভিভাৱক। সামাজিক মাধ্যমৰ যোগে কথাটো চুনুৰ দৃষ্টিগোচৰ হ’ল এই কথাটো।

লগে লগে চুনুৱে ক’লে, “মে হ্যুং না”। চুনু চুডৰ আৰ্থিক সহায়ত অহা ৩১ তাৰিখে শিশুটিৰ অস্ত্ৰোপচাৰৰ দিন ঠিক কৰা হৈছে।

দৰিদ্ৰজনৰ জীৱনৰ ত্ৰাণকৰ্তাৰূপে আবিৰ্ভাৱ হোৱা চুনু চুডক এতিয়া এই দৰিদ্ৰ অনুৰাগীসকলে মানুহৰো উৰ্দ্ধত স্থান দিছে।

Telangana: Locals of Dubba Tanda village in Siddipet have constructed a temple to recognize Actor @SonuSood ‘s philanthropic work.

A local says, “He helped so many people during the pandemic. It’s a matter of great delight for us that we’ve constructed his temple.” (20.12.2020) pic.twitter.com/Agn3v4ajcO

— Ramesh Bala (@rameshlaus) December 21, 2020

তেওঁলোকে চুনু চুডক দেৱদূত হিচাপে গণ্য কৰিছে। ভগৱানৰ শাৰীত উপৱিষ্ট কৰি চুনু চুডক পূৰ্জা-অৰ্চনা পৰ্যন্ত কৰিবলৈ আৰম্ভ কৰিছে।

আনকি তেলঙ্গানাৰ ছিদ্দিপট অঞ্চলৰ ডুব্বা টাণ্ডা গাঁৱত চুনুৰ ভক্তসকলে এটা মন্দিৰ নিৰ্মাণ কৰি তাত চুনু চুডৰ প্ৰতিমূৰ্তি সংস্থাপন কৰি পূজা-অৰ্চনাও কৰা দেখা গৈছে।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে চুনু চুডৰ এই কৰ্মৰাজীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বিহাৰৰ শিৱান জিলাৰ বাসিন্দাই চুনু চুডৰ সোণৰ এটা প্ৰতিমূৰ্তিও নিৰ্মাণ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল।

চলিত বৰ্ষৰ দুৰ্গা পূজাত কলকতাৰ এখন পূজা মণ্ডপত চুনু চুডৰ থিম হিচাপে গ্ৰহণ মূৰ্তি নিৰ্মাণ কৰাও হৈছিল।

ইফালে তেলেঙ্গানাৰ ছবি চ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰি চুনুৱে লিখিছে, “মই ইয়াৰ বাবে যোগ্য নহওঁ।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd