• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইমৰাণ খানৰ পাকিস্তানক প্ৰত্যুত্তৰ ভাৰত কন্যাৰ; কোন এই স্নেহা ডুবে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2021 10:13 am
WhatsApp Image 2021-09-26 at 10.04.40 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Indian young diplomat Sneha: ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে পুনৰ জম্মু-কাশ্মীৰ বিষয়ত সৰৱ হৈছিল। তাৰ পাছতেই একপ্ৰকাৰ তেওঁক তুলাধূনা দিলে এগাৰকী ভাৰত কন্যাই।

ৰাষ্ট্ৰসংঘৰ মঞ্চত ভাৰতৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী স্নেহা ডুবেই ইমৰাণ খান আৰু পাকিস্তানৰ বিৰুদ্ধ সৰৱ ভূমিকা পালন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

স্নেহা ডুবেই স্পষ্টভাৱে জনাই দিলে যে ভাৰতক লৈ ভুল তথ্য পৰিৱেশন কৰা হৈছে। এয়া অত্যন্ত দুৰ্ভাগ্যজনক।

Apply Now

কূটনীতিবিদ ভাৰত কন্যাৰ ভাষণ ভাইৰেল হৈ পৰাৰ লগতে তেওঁৰ এনে কাৰ্যত মুগ্ধ হৈ পৰিছে দেশবাসী।

স্নেহা ডুবেই কয়,’’ভাৰত আৰু পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নতি কৰিবলৈ পাকিস্তানে সচেষ্টভাৱে কাম কৰিব লাগিব।‘’

তেওঁ লগতে কয়,’’পাকিস্তানে যে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়ে, সেই কথা সকলোৱে জানে। পাকিস্তানৰ সৈতে সন্ত্ৰাসবাদীৰ সম্পৰ্কৰ দীঘলীয়া ইতিহাস আছে। এইখন এনেকুৱা এখন দেশ যিয়ে মুকলিভাৱে সন্ত্ৰাস তথা সন্ত্ৰাসবাদীসকলক সমৰ্থন কৰাৰ লগতে প্ৰশিক্ষণ দিয়ে, ধন যোগান ধৰে আৰু অস্ত্ৰ সৰবৰাহ কৰে।‘’

লগতে পঢ়ক: IPL thriller: শ্বাসৰুদ্ধকাৰী মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদক IPLৰ পৰা বিদায় দিলে পাঞ্জাৱ কিংছে

তদুপৰি, স্নেহা ডুবেই ৯/১১ৰ আক্ৰমণৰ প্ৰসংগ উল্লেখ কৰি কয়,’’আক্ৰমণৰ মূল অভিযুক্ত ক’ত আশ্ৰয় পাইছিল সেয়া বিশ্বই পাহৰা নাই। জুই নুমুৱাৰ নামত জুই লগাইছে পাকিস্তানে।‘’

স্নেহা ডুবে ২০১২বৰ্ষৰ ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ)ৰ বিষয়া। গোৱাত বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰি পুনেত উচ্চ শিক্ষা গ্ৰহণ কৰি পাছত জে এন ইউৰ পৰা এম ফিল ডিগ্ৰী গ্ৰহণ কৰে।

Watch: India exercises its right of reply at the #UNGA  @AmbTSTirumurti @MEAIndia @harshvshringla pic.twitter.com/YGcs28fYYa

— India at UN, NY (@IndiaUNNewYork) September 25, 2021

স্নেহাই ১২ বছৰ বয়সৰ পৰাই আই এফ এছ সেৱাত যোগদানৰ মন পুহি ৰাখিছিল। ২০১১চনত প্ৰথমবাৰ তেওঁ ইয়াৰ বাবে পৰীক্ষাত বহে।

স্নেহাৰ ডুবেৰ পৰিয়ালত তেওঁৱেই প্ৰথম চৰকাৰী চাকৰিত যোগ দিছে। তেওঁৰ পিতৃ এটা বহুজাতিক সংস্থাত কাম কৰে আৰু মাতৃ এগৰাকী শিক্ষয়িত্ৰী।

২০১৪চনত স্নেহা ডুবেই মাদ্ৰিদৰ ভাৰতীয় দূতাবাসত নিযুক্তি লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd