• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

IPL thriller: শ্বাসৰুদ্ধকাৰী মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদক IPLৰ পৰা বিদায় দিলে পাঞ্জাৱ কিংছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2021 7:35 am
sunrisers Hydr vspunjub kings
210
VIEWS
Share on FacebookShare on Twitter

IPL thriller :এক শ্বাসৰুদ্ধকাৰী মেচত শনিবাৰে সন্ধিয়া ক্ৰিকেট অনুৰাগীৰ হৃদস্পন্দন বঢ়াই বাজীমাৎ কৰিলে পাঞ্জাৱ কিংছে। মেচৰ অন্তিমটো বললৈকে অব্যাহত থাকিল খেলৰ উত্তেজনা।

অৱশেষত পাঞ্জাৱ কিংছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৫ৰাণত পৰাজিত কৰি আইপিএল টুৰ্ণামেন্টৰ পৰা বিদায় প্ৰায় নিশ্চিত কৰিলে হায়দৰাবাদৰ।

শ্বাৰজালত এইটোৱে আছিল আটাইতকৈ সৰ্বনিম্ন স্ক’ৰ যিটো প্ৰতিপক্ষ দলে অতিক্ৰম কৰাত ব্যৰ্থ হয়।

অৱশ্যে হায়দৰাবাদৰ হৈ শেষলৈকে যুঁজখন ধৰি ৰাখিবলৈ চেষ্টা চলাইছিল জেছন হ’ল্ডাৰে। তদুপৰি, অ’পেনাৰ ঋদ্ধিমান সাহাইও কিছু খোপনি পুতিছিল যদিও তেওঁক যোগ্য সহযোগ দিয়াত ব্যৰ্থ হয় দলৰ আন খেলুৱৈ।

ৱাৰ্মাৰ আৰু উইলিয়ামছনে বিদায় লোৱাৰ পাছতে হায়দৰাবাদৰ ওপৰত চাপ বৃদ্ধি পাইছিল। দলটোৱে সেই চাপ অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল।

মেচখনত ২৪ৰাণত ৩টা উইকেট দখল কৰে ৰবি বিষ্ণ’ই। পাঞ্জাৱে খেলখনৰ পৰা দুটা মূল্যবান পইন্ট সংগ্ৰহ কৰিলে।

আনহাতে, পাঞ্জাৱৰ বেটিঙতো তেনে কোনো চমক দেখা যোৱা নাছিল। শ্ল’ উইকেটত ৰাণৰ গতি মন্থৰ আছিল। মাত্ৰ ১২৫ ৰাণতে কে এল ৰাহুলৰ পাঞ্জাৱ কিংছক বান্ধি ৰাখি হায়দৰাবাদে অনায়াসে জিকি যাব বুলি ধাৰণা কৰা হৈছিল।

হায়দৰাবাদৰ হৈ জেছন হল্ডাৰে ২৯টা বলত অপৰাজিত ৪৭ৰাণ কৰাৰ লগতে তিনিটা উইকেটো দখল কৰে। তদুপৰি, সন্দীপ আৰু ৰছিদে সুন্দৰ মিতব্যয়ী বলিং কৰে।

অৱশেষত ৫ৰাণত পৰাজিত হৈ ছানৰাইজাৰ্ছ হায়দৰাবাদ পইন্ট তালিকাৰ তললৈ অৱনমিত হৈ পৰিল। কাৰ্যত আইপিএলৰ পৰা বিদায়ৰ বাট প্ৰশস্ত হ’ল হায়দৰাবাদৰ।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd