• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৰণি প্ৰশ্নকাকত-উত্তৰ বহীৰে মেট্ৰিক পৰীক্ষা; ‘ছেবা’ হঠকাৰী সিদ্ধান্তৰ সৰ্বত্ৰ প্ৰতিক্ৰিয়া

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
March 8, 2022 8:23 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা হঠকাৰী সিদ্ধান্ত! প্ৰশ্ন কাকত পুৰণি, উত্তৰ বহীও পুৰণি! ২০২১ ৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতৰে এইবৰ্ষত পৰীক্ষাত বহিব লাগিব ছাত্ৰ-ছাত্ৰী!

উল্লেখ্য যে কৰ’নাৰ বাবে বিগত বৰ্ষত অনুষ্ঠিত হোৱা নাছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। সোমবাৰে এক জাননীযোগে ২০২১ চনৰ প্ৰশ্ন কাকতৰেই এইবাৰৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছিল ছেবাই। 

পুৰণি প্ৰশ্নকাকত আৰু পুৰণি উত্তৰ বহীৰে উচ্চ মাধ্যমিক আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰি “ছেবা”ই অসমৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ ধ্বংস কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্তক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়ে।

Apply Now

লগতে পঢ়ক: টংলা জলসিঞ্চন বিভাগৰ কোটিটকীয়া কেলেংকাৰী; গাণনিক বিষয়া প্ৰভাত কলিতাক গ্ৰেপ্তাৰ

অসমৰ ছাত্ৰ-ছাত্ৰীৰ মূৰখোৱা এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰি নতুন প্ৰশ্নকাকত আৰু নতুন উত্তৰবহীৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনায় প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিত মহন্তই।

ইপিনে, মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত নতুনকৈ প্ৰকাশৰ ব্যৱস্থা কৰাৰ দাবী কৰিছে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে।

দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ প্ৰশ্ন, ‘এক বছৰ পুৰণি প্ৰশ্নকাকত সুৰক্ষিত হৈ আছে নে?’

পূৰ্বেও চৰকাৰৰ অধীনৰ প্ৰায়বোৰ পৰীক্ষাত ফাদিল হৈছিল প্ৰশ্ন কাকত!

লগতে পঢ়ক: কোনবোৰ দেশ বন্ধু নহয়, ৰাছিয়াই প্ৰস্তুত কৰিলে ইয়াৰ তালিকা! কোন কোন আছে তালিকাত?

উৎসৱ-পাৰ্বন অনুষ্ঠিত কৰিবলৈ লাখ-লাখ টকা দিম বুলি কব পৰা চৰকাৰে ধনৰ নাটনি দেখুৱাই পুৰণি প্ৰশ্নকাকতেৰে পৰীক্ষা পাতিম বুলি কোৱাটো অতি লজ্জাজনক বুলি মন্তব্য কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।

নিশ্চয়কৈ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ এনে মূল্যবান পৰীক্ষাক লৈ এনে টুলুঙা চিন্তা কেতিয়াও গ্ৰহণযোগ্য নহয়। বিগত বৰ্ষত মেট্ৰিক পৰীক্ষাৰ বাবে যিদৰে শিক্ষাৰ্থীৰ পৰা মাছুল সংগ্ৰহ কৰিছিল। ঠিক সেইদৰে এইবৰ্ষতো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ পৰা মাছুল সংগ্ৰহ কৰিছে ছেবা কৰ্তৃপক্ষই।

লগতে পঢ়ক:বিজনীত ৪৩ কিলোগ্ৰাম হৰিণাৰ মাংসৰ সৈতে দুজনক গ্ৰেপ্তাৰ

তেনে ক্ষেত্ৰত নতুন প্ৰশ্ন কাকত আৰু উত্তৰ বহীৰে কিয় মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে বুলিও একাংশই মত প্ৰকাশ কৰে।

তদুপৰি, এইক্ষেত্ৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ভূমিকাতো বহুসংখ্যকে সন্দেহৰ অৱকাশ দেখা পাইছে।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd