• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাঁৱৰ জালুগুটিত একেদিনাই দুজনকৈ শিক্ষকৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

NE NOW NEWS চানু গগৈ
মৰিগাঁও , January 28, 2021 4:15 pm

1 min read

WhatsApp Image 2021-01-28 at 3.47.13 PM

প্ৰয়াত শিক্ষক আলহাজ মমতাজ আলী আৰু ধৰ্মেন্দ্ৰ নাথ। ফটো: নৰ্থইষ্ট নাও।

312
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে পুৱাই মৰিগাঁও জিলাৰ জালুগুটিবাসী ৰাইজৰ লগতে শিক্ষক সমাজলৈ আহিল এক দুঃখবৰ। মাছ খোৱা কাহিবাৰীৰ বিজ্ঞান শিক্ষক ধৰ্মেন্দ্ৰ নাথ আৰু নাই।

এই খবৰে জালুগুটিৰ শিক্ষক সমাজৰ লগতে ৰাইজৰ মাজত এক শোক বাৰ্তা লৈ আহি এক শোকৰ ছাঁ পেলোৱাৰ সময়তে দুপৰীয়াৰ  ভাগত আহিল আন এক দুঃখবৰ।

প্ৰকৃতিপ্ৰেমী শিক্ষক, বৃক্ষৰোপনৰ ক্ষেত্ৰত এক দৃঢ় আগ্ৰহ থকা শিক্ষক, সকলোকে বৃক্ষ ৰোপন  কৰিবলৈ দিহা পৰামৰ্শ আগবঢ়াই অহা শিক্ষক আলহাজ মমতাজ আলী আৰু নাই।

ইয়াৰ পাছতে শোকস্তব্ধ হৈ পৰে স্থানীয় ৰাইজ তথা শিক্ষকসকল।

উল্লেখ্য যে যোৱা বুধবাৰে উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ ঘৰলৈ উভতি আহিছিল শিক্ষক আলহাজ মমতাজ আলী।

কিন্তু অৱশেষত জীৱন নাট যুদ্ধখনত হাৰ মানি অজান দেশলৈ গুচি যায় বিশিষ্ট শিক্ষক গৰাকী।

একে দিনাই দুজনকৈ শিক্ষকক হেৰুৱাৰ বেদনাত গভীৰ শোকত সমগ্ৰ জালুগুটি বাসী। দুই শিক্ষকৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে শোক প্রকাশ কৰিছে।

অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ জালুগুটি আঞ্চলিক সমিতিয়েও দুয়োগৰাকী মহান শিক্ষকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ উপৰি পৰিয়াল বৰ্গলৈয়ো গভীৰ সমবেদনা জনাইছে।

Recent News

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

prafulla VS Suresh

বঢ়মপুৰত খেলিব মহন্তই, কংগ্ৰেছ মহাজোঁটে মহন্তক এৰি দিব নেকি সমষ্টিটো?

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd