DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্যতিক্ৰমী সোৱাদেৰে মহানগৰীত এইবাৰ ভোটজলকীয়া ৰসগোল্লা; লাভ কৰিছে বিপুল সমাদৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 29, 2019 8:37 am
14055342-fc4d-4943-88af-ede38f296c09

ফটো : নৰ্থইষ্ট নাও

538
VIEWS
Share on FacebookShare on Twitter

মহানগৰস্থিত বিপণন ক্ষেত্ৰত পৰিচালক নয়নজ্যোতি ভট্ৰাচাৰ্যই এক ব্যতিক্ৰমী চিন্তাৰে প্ৰস্তুত কৰি উলিয়াইছে ভোটজলকীয়া ৰসগোল্লা।

পাঞ্জাবাৰীত থকা বিপণন ক্ষেত্ৰৰ ৰেস্তোৰাত উপলব্ধ  মিঠাইবিধ প্ৰস্তুত কৰি গ্ৰাহকৰ বাবে উলিয়াই দিয়াৰ লগে লগেই বিপুল সমাদৰ পাবলৈ সক্ষম হৈছে।

ভোটজলকীয়াৰ মিশ্ৰনেৰে অতি সুস্বাদুভাৱে  প্ৰস্তুত কৰা হৈছে এই ভোটজলকীয়া ৰসগোল্লা বিধ।

c278cfb2-5eef-4e26-8d59-0674b7c75f1c
ফটো : নৰ্থইষ্ট নাও

এই সংক্ৰান্তত বিপণন ক্ষেত্ৰৰ কৰ্মচাৰী দিলজিৎ দাসে জানিবলৈ দিয়ে, ‘’বিপনন ক্ষেত্ৰত আমি সদায় অলপ ব্যতিক্ৰমী কিবা কৰিবলৈ চেষ্টা কৰো। আমি পোনপ্ৰথম বাৰৰ বাবে গুৱাহাটীত লাৰু-পিঠা বনাই বিক্ৰী কৰা আৰম্ভ কৰিছিলো, ঠিক তেনেদৰে এই বস্তুটোও আমি শুনিছিলোহে, শুনাৰ পাছত আমাৰ মনত ৰসগোল্লাবিধ প্ৰস্তুত কৰাৰ ইচ্ছা জাগিল। সেইদৰেই ৰসগোল্লাবিধ বজাৰলৈ অনা হ’ল।‘’

ৰসগোল্লাবিধে বৰ্তমান সময়ত গ্ৰাহকৰ সুন্দৰ সঁহাৰি পাবলৈ সক্ষম হৈছে বুলি তেওঁ আমাক জানিব দিয়ে। এই মিঠাইবিধ মহানগৰীৰ লগতে গোটেই অসমতে প্ৰায় বিৰল বুলি তেওঁ কয়।

আনহাতে, মিঠাইবিধক লৈ গ্ৰাহকৰ মাজত দেখা গৈছে অভাৱনীয় কৌতুহল। ব্যতিক্ৰমী সোৱাদ ল’বলৈ ভিৰ কৰিছে বিপণন ক্ষেত্ৰৰ ৰেস্তোৰাত।

বিভিন্ন উপাদানৰ সুন্দৰ সংমিশ্ৰণেৰে অতি সুন্দৰভাৱে মিঠাই বিধ প্ৰস্তুত কৰা হৈছে। এইখিনিতে নিজে খোৱাৰ লগতে আনকো খুৱাই ভাল লগা বুলি উপস্থিত বিভিন্ন জনে মত ব্যক্ত কৰে।

Recent News

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd