• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহাৰাষ্ট্ৰৰ কেবিনেট সম্প্ৰসাৰণঃ আঢ়ৈ বছৰৰ বাবে ৩৯জন মন্ত্ৰীৰ শপত গ্ৰহণ, কৰ্মক্ষমতাৰ ভিত্তিত কাৰ্যকালৰ লোৱা হ’ব সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 16, 2024 2:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে (১৫ ডিচেম্বৰ) নাগপুৰত বিজেপি নেতৃত্বাধীন মহাৰাষ্ট্ৰৰ মহাযুটি চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ কৰা হয়। ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে ৩৯ গৰাকী মন্ত্ৰীক শপত গ্ৰহণ কৰোৱায়। মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে স্পষ্ট কৰি দিয়ে যে এই মন্ত্ৰীসকলৰ কাৰ্যকাল ডেৰ-দুবছৰ হ’ব আৰু তেওঁলোকৰ কৰ্মক্ষমতাৰ মূল্যায়নৰ ভিত্তিত তেওঁলোকৰ পৰৱৰ্তী কাৰ্যকালৰ সিদ্ধান্ত লোৱা হ’ব।

ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, শাসকীয় মিত্ৰজোঁটৰ বহুতেই বিশ্বাস কৰে যে ইয়াৰ দ্বাৰা কেৱল জবাবদিহিতা নিশ্চিত হোৱাই নহয়, মন্ত্ৰীসকলৰ ওপৰত উন্নত প্ৰদৰ্শনৰ বাবে হেঁচা পৰিব, কিন্তু মধ্যকালীন পৰিৱৰ্তনে এইবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব নোৱাৰা আন লোকসকলকো আশাৰ সঞ্চাৰ কৰিব।

Apply Now

শপত গ্ৰহণৰ অন্তত উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডে আৰু অজিত পাৱাৰৰ সৈতে অনুষ্ঠিত এক সংবাদমেলত ফাডনভিছে কয়, ‘আমাৰ সকলো মন্ত্ৰীৰ কৰ্মক্ষমতাৰ অডিট কৰা হ’ব। যদি কোনো মন্ত্ৰীৰ কাম সন্তোষজনক বুলি পোৱা নাযায় তেন্তে পৰিৱৰ্তন কৰা হ’ব। এই ব্যৱস্থা মহাযুতিৰ সকলো গঠনকাৰী দলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।’

শিৱসেনাৰ নেতা একনাথ শিণ্ডে আৰু এন চি পিৰ নেতা অজিত পাৱাৰেও এই নীতিক সমৰ্থন কৰে।

উল্লেখ্য যে, ৩৯ গৰাকী নতুন মন্ত্ৰীৰ ভিতৰত ৩৩ গৰাকীয়ে কেবিনেট মন্ত্ৰী আৰু ৬ গৰাকীয়ে ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰে ১৮ জন প্ৰথমবাৰৰ বাবে মন্ত্ৰী হৈছে। বিজেপিৰ ১৯ মন্ত্ৰী, শিৱসেনাৰ ১১ মন্ত্ৰী আৰু এন চি পিৰ ৯ মন্ত্ৰীক কেবিনেটত অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্যমন্ত্রী আৰু দুজন উপ-মুখ্যমন্ত্রী সংযোজন হোৱাৰ লগে লগে কেবিনেটত মুঠ সদস্যৰ সংখ্যা এতিয়া ৪২ জন।

এই কেবিনেট সম্প্ৰসাৰণৰ লগে লগে মহাৰাষ্ট্ৰৰ ৰাজনীতিত শক্তি আৰু কৰ্মক্ষমতাৰ ভাৰসাম্যৰ এক নতুন অধ্যায় আৰম্ভ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd