• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্নীতিৰ অভিযোগত পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মাৰ্টিন ভিজকাৰাক ১৪ বছৰৰ কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 27, 2025 6:15 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেৰুৰ এখন আদালতে পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মাৰ্টিন ভিজকাৰাক দুৰ্নীতিৰ অপৰাধত ১৪ বছৰৰ কাৰাদণ্ড বিহিছে।

দক্ষিণ অঞ্চল মকেগুয়াৰ গৱৰ্ণৰ হৈ থকাৰ সময়তে তেওঁক দুৰ্নীতিৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল।

Apply Now

কাৰাদণ্ডৰ উপৰিও তেওঁক ৯ বছৰৰ বাবে ৰাজহুৱা পদবীত অধিষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু জৰিমনাও বিহা হৈছে।

এই শাস্তি প্ৰদানৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াত ভিজকাৰাই ছ’চিয়েল মিডিয়া এক্স-এত লিখিছে, “এয়া ন্যায় নহয়, এইটো প্ৰতিশোধ।তেওঁলোকে মোক ভাঙিব নোৱাৰে।” তেওঁ লগতে এই ৰায়ৰ বিৰুদ্ধে আপীল কৰিব বুলিও কয়।

অভিযোগনামাত কোৱা হৈছে যে মকেগুয়াৰ বিভিন্ন চৰকাৰী নিৰ্মাণ প্ৰকল্পৰ কামত চুক্তিবদ্ধ হোৱাৰ বিনিময়ত ভিজকাৰাই ৬ লাখ ডলাৰতকৈ অধিক উৎকোচ গ্ৰহণ কৰিছিল। ২০১১ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ এই অঞ্চলৰ গৱৰ্ণৰ আছিল। তাৰ পিছত ২০১৮ চনৰ পৰা ২০২০ চনলৈকে পেৰুৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

পেৰুত প্ৰাক্তন ৰাষ্ট্ৰপতিসকল এনে শাস্তিৰ সন্মুখীন হোৱাটো নতুন কথা নহয়। আন কমেও তিনিজন প্ৰাক্তন ৰাষ্ট্ৰপতিক এনে শাস্তি প্ৰদান কৰা হৈছে, যিটোৱে পেৰুৰ ৰাজনৈতিক অস্থিৰতা আৰু দুৰ্নীতিৰ দীৰ্ঘ ইতিহাস প্ৰতিফলিত কৰে বুলি বিশ্লেষকসকলে ধাৰণা কৰে।

২০১৮ চনৰ পৰা দেশত ছয়জন ৰাষ্ট্ৰপতি ক্ষমতালৈ আহিছে, যাৰ ভিতৰত বহুকেইজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে বা দুৰ্নীতিৰ কেলেংকাৰীৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হৈছে।

কংগ্ৰেছ সদস্যসকলক উৎকোচ দিয়াৰ চেষ্টা আৰু অডেব্ৰেক্ট দুৰ্নীতি কেলেংকাৰীৰ তদন্তৰ মাজতে পেড্ৰ’ পাবলো কুচিনস্কিয়ে পদত্যাগ কৰাৰ পিছত ২০১৮ চনত ভিজকাৰাই কাৰ্যভাৰ গ্ৰহণ কৰে। তিনি বছৰৰ পাছত একেটা দুৰ্নীতিৰ কেলেংকাৰীৰ সৈতে জড়িত অভিযোগত কংগ্ৰেছে তেওঁক পদচ্যুত কৰে।

ভিজকাৰাই এই অভিযোগ অস্বীকাৰ কৰি কয় যে তেওঁৰ অভিযোগনামা আৰু বৰ্তমানৰ বিচাৰ দুয়োটা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।

এক সুকীয়া বিবৃতিত তেওঁ কয়, “মাফিয়া সদৃশ মিত্ৰজোঁটৰ সন্মুখত থিয় দিয়াৰ বাবে মোক শাস্তি দিয়া হৈছে। মোক পদৰ পৰা আঁতৰাই পেলাইছে। ৰাজহুৱা পদবীত থকাত নিষেধাজ্ঞা আৰোপ কৰিছে। দলৰ পৰা বহিষ্কাৰ কৰিছে। আৰু এতিয়া মোক কাৰাগাৰলৈ পঠিয়াইছে। ভিজকাৰাক তেওঁলোকে ইমান ভয় কৰেনে?”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd