• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাৰ বিস্তীৰ্ণ এলেকাৰ শালি খেতিত শুৰপোকৰ আক্ৰমণ

NE NOW NEWS ছফিকুল আহমেদ
গোৱালপাৰা , October 13, 2018 9:25 am

2 min read

pest-1-2-750x375
221
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰাত এইবাৰ শুৰপোকৰ (swarming caterpillar) উপদ্ৰৱত শ শ বিঘা শালি খেতি নষ্ট হৈছে। বেয়াকৈ প্ৰভাৱিত এলেকাসমূহ হৈছে লখিপুৰ উন্নয়ণ খণ্ডৰ অন্তৰ্গত আগিয়া, ৰখাপাৰা, শিঙিমাৰী, পুখুৰীপাৰা, গুমাইঝাৰ।

অতি কম সময়ৰ ভিতৰতে শুৰপোকে বিশাল আয়তনৰ শস্য পথাৰ তহিলং কৰিব পাৰে। ভূতৰ ওপৰত দানহৰ দৰে ইফালে এই এলেকা সমূহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। ছবিন ৰাভা, ফাগুন ৰাভা আৰু আন কেইবা গৰাকী কৃষকে জনাইছে যে বৰষুণৰ অভাৱত এইবাৰৰ শালি খেলি অতি বেয়া হৈছে আৰু তাৰ উপৰি শুৰপোকৰ আক্ৰমণে শস্য নিঃশেষ কৰি আনিছে। তেওঁলোক এতিয়া গভীৰ সংকটৰ গৰাহত পৰিছে।

মহকুমা কৃষি বিষয়া (SDO)  ইক্ৰামুল হুছেইনে কৈছে, ‘‘যদিওবা শুৰপোকে বালিজানা, লখিপুৰ, মজাখিলি আদি এলেকাৰ কৃষকসকলৰ টোপনি হৰণ কৰিছে তথাপি আমি এই আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ সফল হৈছোঁ। এই এলেকাৰ কৃষকসকল আমাৰ কাষ চাপিছিল আৰু আমি তেওঁলোকক ক্কুইনলফ’জ (quinolphose) আৰু ক্লৰ’পাইৰিফছ (chloropyriphos) আদি কীটনাশক দিছোঁ। তাৰোপৰি, যি সমূহ কৃষিভূমি কীটৰ দ্বাৰা আক্ৰান্ত হৈছে সেই সমূহ আছুতীয়াকৈ ৰাখি তাত মালাথিয়ন (Malathion) ছটিয়াবলৈ পৰামৰ্শ দিছোঁ। তাৰ পৰা আৰু কীটবোৰ দাঁতিত থকা কৃষিভূমিলৈ আহিব নোৱাৰিব।’’

অসমৰ কৃষকে কীটৰ আক্ৰমণৰ সৈতে সহাৱস্থান কৰিবলৈ শিকিছে। প্ৰতি বছৰ অসমৰ ৫ শতাংশ শস্য হয়তোবা কীটৰ আক্ৰমণত নহয় হাতীৰ আক্ৰমণত ধ্বংসপ্ৰাপ্ত হৈ আহিছে। এই ক্ষেত্ৰত বন বিভাগ আৰু কৃষি বিভাগে এটা প্ৰভাৱশালী সমাধান অনাত সম্পূৰ্ণ ব্যৰ্থ হৈছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd