• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হৃদয় বিদাৰক! দুদিন ধৰি গৰাকীৰ মৃতদেহৰ কাষত বহি ৰ’ল এটা কুকুৰ

‘প্ৰভুভক্ত’ কুকুৰটিৰ বাবেই উদ্ধাৰকাৰী দলৰ বাবে সম্ভৱ হ’ল দুই ট্ৰেকাৰৰ মৃতদেহ উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2024 9:00 pm
Pet dog guards bodies of 2 trekkers
10.7k
VIEWS
Share on FacebookShare on Twitter

যোৱা সোমবাৰে হিমাচল প্ৰদেশত ট্ৰেকিঙৰ সময়ত প্ৰাণ হেৰুৱাইছিল দুজন ট্ৰেকাৰৰ। তেওঁলোকৰ মৃত্যুৰ কেইবাঘণ্টাৰ পিছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হয়।

এই ঘটনাৰ পিছতে পোহৰলৈ আহিছে এক বিশেষ দৃশ্য। বিশেষ এইবাবেই যে, ট্ৰেকাৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰা সম্ভৱপৰ হয় তেওঁলোকৰ নিষ্ঠাবান পোহনীয়া কুকুৰটিৰ বাবেই।

ট্ৰেকাৰ দুগৰাকীৰ সৈতে যোৱা তেওঁলোকৰ পোহনীয়া জাৰ্মান শ্বেফাৰ্ড কুকুৰটিৰ বাবেই উদ্ধাৰকাৰী দলে দুয়োৰে মৃতদেহ উদ্ধাৰ কৰিব পাৰে।

এই কুকুৰটোৱে কেৱল গৰাকীৰ মৃতদেহ পহৰা দিয়াই নহয়, উদ্ধাৰকাৰী দলে মৃতদেহ দুটা বিচাৰি নোপোৱালৈকে ভুকি থাকে। কুকুৰটোৰ ভুকনি শুনিয়েই উদ্ধাৰকাৰী দলটোৱে মৃতদেহৰ সন্ধান লাভ কৰে।

মৃত ট্ৰেকাৰ কেইজন হৈছে অভিনন্দন গুপ্তা (৩০) আৰু প্ৰনিতা ৱালা (২৬)। পেৰাগ্লাইডিঙৰ বাবে বিখ্যাত উপত্যকাটোত সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল তেওঁলোক।

প্ৰকাশিত খবৰ অনুসৰি দুয়ো দেওবাৰে বিয়লি নিজৰ ব্যক্তিগত গাড়ীৰে বিলিঙলৈ ৰাওনা হৈছিল। কিন্তু সোমবাৰেও তেওঁলোক ঘূৰি নহাত গুপ্তাৰ পৰিয়ালে আৰক্ষীক খবৰ দিয়ে।

মঙলবাৰে পুৱা উদ্ধাৰকাৰী দলে আৰক্ষী বিষয়াৰ সৈতে তালাচী অভিযান আৰম্ভ কৰে। উদ্ধাৰকাৰী দলটোৱে জাৰ্মান শ্বেফাৰ্ডটোৰ অহৰহ ভুকনি শুনি সেই স্থানৰ ফালে আগবাঢ়ি যায়।

জাৰ্মান শ্বেফাৰ্ডটোৰ ভুকনি অনুসৰণ কৰি আগবাঢ়ি যোৱাৰ পিছত উদ্ধাৰকাৰী দলটোৱে অভিনন্দন গুপ্তা আৰু প্ৰনিতা ৱালাৰ মৃতদেহ উদ্ধাৰ কৰে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd