• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কি কাৰণত গ্ৰেপ্তাৰ হ’ব পাৰে বিৰাট কোহলি আৰু তামান্না ভাটিয়া?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 1, 2020 9:12 am

2 min read

WhatsApp Image 2020-08-01 at 8.44.06 AM
992
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি গ্ৰেপ্তাৰ হ’ব পাৰে।

অনলাইন জুৱা ছাইটৰ বিজ্ঞাপনত অংশগ্ৰহণ কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলি চেন্নাইৰ এগৰাকী অধিবক্তাই মাদ্ৰাজ হাইকোৰ্টত আবেদন দাখিল কৰিছে।

এতিয়া অভিযোগ প্ৰমানিত হ’লে যিকোনো সময়তে ক্ৰিকেট তাৰকাগৰাকী গ্ৰেপ্তাৰৰ সন্মুখীন হ’ব পাৰে।

আদালতে অহা মঙলবাৰে গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰিছে।

ভাৰতত বহুকেইটা অনলাইন জুৱাৰ ছাইট আছে। ইয়াৰেই এটাৰ এক বিজ্ঞাপনত বিৰাট কোহলিয়ে অংশ লৈছিল।

বিজ্ঞাপনটোত বিৰাটৰ সৈতে আছিল বলীউদৰ অভিনেত্ৰী তামান্না ভাটিয়া।

ইমানলৈকে কোনো কথা নাছিল কিন্তু অনলাইন জুৱাত সৰ্বস্বান্ত হোৱা এজন যুৱকে আত্মহত্যা কৰাৰ পাছতেই বিষয়টো চৰ্চাৰ মাজলৈ আহে।

অনলাইন জুৱাৰ ওপৰত নিষেধাজ্ঞা দাবী কৰি এগৰাকী অধিবক্তাই মাদ্ৰাজ হাইকোৰ্টত এখন আবেদন দাখিল কৰিছে।

অভিযোগ কৰা হৈছে যে যুৱ সম্প্ৰদায়ৰ এক বৃহৎ অংশই এই জুৱাৰ কবলত পৰি সৰ্বস্বান্ত হৈছে।

উচ্চ হাৰত সুতত টকা ঋণ লৈ জুৱা খেলি ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাচি লৈছে।

তামিলনাডুত বৰ্তমান আত্মহত্যাৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ কথাও আবেদনত উল্লেখ কৰা হৈছে।

আনহাতে, অনলাইন জুৱাৰ বিজ্ঞাপনত অংশ গ্ৰহণ কৰি যুৱ সম্প্ৰদায়ক ধ্বংসৰ পথলৈ যোৱাত ক্ৰিকেট তাৰকা কোহলি আৰু অভিনেত্ৰী তামান্নাই উৎসাহিত কৰা বুলিও আবেদনত অভিযোগ অনা হৈছে।

আবেদনকাৰীয়ে সেয়েহে এই দুয়োগৰাকী তাৰকাকে গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে।

Recent News

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd