DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

খাৰুৱা তেলৰ মূল্য : বিশ্বজুৰি হোৰাহোৰে কমিছে, ভাৰতত হোৰাহোৰে বাঢ়িছে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2021 3:25 pm
321
VIEWS
Share on FacebookShare on Twitter

যোৱা ছয়দিনত খাৰুৱা তেলৰ মূল্য বিশ্বজুৰি তীব্ৰভাৱে হ্ৰাস পাইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰত খাৰুৱা তেলৰ মূল্য শুকুৰবাৰে প্ৰতি বেৰেলত ৫৯.৯৭ ডলাৰলৈ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্বৰ ভিতৰতে বেছিসংখ্যক খাৰুৱা তেলৰ আমদানী হয়।

ইউৰোপত পুনৰ আৰম্ভ হোৱা ক’ভিড-১৯ সংক্ৰমণ আৰু লকডাউনৰ বাবে খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে।

কিন্তু তাৰ অনুপাতে ভাৰতত এতিয়াও পেট্ৰল আৰু ডিজেলৰ মূল্য বাঢ়ি গৈয়েই আছে।

মাৰ্চৰ পৰা ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে ইন্ধনৰ মূল্য বৃদ্ধি কৰা নাই যদিও, কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য দেশজুৰি আকাশলংঘী হৈ পৰিছে।

দিল্লীত বৰ্তমান এক লিটাৰ পেট্ৰ’লৰ মূল্য ৯১.১৭ টকা, যিটোৱে দেশৰ ৰাজধানীখনত সৰ্বকালৰ চৰা দামৰ অভিলেখ সৃষ্টি কৰিছে।

আনহাতে, মুম্বাইত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৯৭.৫৭ টকা চুইছেগৈ।

কলকাতা, বেংগালুৰু, চেন্নাই, হায়দৰাবাদকে ধৰি দেশৰ আগশাৰীৰ চহৰসমূহতো পেট্ৰ’লৰ মূল্য লিটাৰত ৯০ টকাৰ উৰ্ধত।

ডিজেলৰ মূল্য জয়পুৰত প্ৰতি লিটাৰত ৯০ টকাৰ বিপৰীতে, মুম্বাইত ৮৮.৬০ টকা।

আনহাতে, দিল্লীত ই ৮১.৪৭ টকা চুইছেগৈ।

ইয়াৰ মূলতে পেট্ৰ’ল আৰু ডিজেলৰ ক্ষেত্ৰত অত্যধিক হাৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ।

বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে, এই মূল্যবৃদ্ধি আৰু অধিক গতিত বাহাল থাকিব পাৰে।

আনহাতে, ইন্ধনৰ এই মূল্যবৃদ্ধিয়ে অনলাইন বিপণীসমূহতো প্ৰভাৱ পৰিছে।

জমাট’কে ধৰি বিভিন্ন অনলাইন শ্বপসমূহৰ আইটেমসমূহো পেট্ৰ’লৰ চৰা দামৰ বাবে মূল্যবৃদ্ধি হোৱা দেখা গৈছে।

Recent News

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

মুখ্যমন্ত্ৰীয়ে নহয়; ৰেডিচন ব্লুৰ GST ৰ ধন দিবলৈ প্ৰস্তুত তৃণমূলৰ সভাপতি ৰিপুন বৰা

মুখ্যমন্ত্ৰীয়ে নহয়; ৰেডিচন ব্লুৰ GST ৰ ধন দিবলৈ প্ৰস্তুত তৃণমূলৰ সভাপতি ৰিপুন বৰা

নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ— আপ

নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ— আপ

Cop suicide After Firing Colleague

প্ৰথমে মহিলা সতীৰ্থলৈ গুলীচালনা; তাৰ পিছত নিজকে গুলীয়াই হত্যা আৰক্ষী পৰিদৰ্শকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd