• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’ণাৰ ভেকচিন নষ্ট কৰি কেনে দশা হ’ল এজন ফাৰ্মাচিষ্টৰ…

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 3, 2021 12:00 pm

1 min read

a VACCINE1-articleLarge
188
VIEWS
Share on FacebookShare on Twitter

অতিমাৰী ক’ৰ’ণাৰ ভেকচিন বিশ্ববাসীয়ে লাভ কৰাৰ সময় প্ৰায় সমাগত ।

ভাৰতত ইতিমধ্যে ভেকচিনৰ ড্ৰাই ৰাণ আৰম্ভ হৈ গৈছে।ব্ৰিটেইনতো কাইলৈৰ পৰা ক’ৰ’ণাৰ ভেকচিন সাধাৰণ মানুহে লাভ কৰিব।

এনে সময়তে মানুহে অধীৰ আগ্ৰহেৰে ৰৈ থকা ক’ৰ’ণাৰ মহামূল্যৱান ভেকচিন সম্পূৰ্ণ ইচ্ছাকৃত ভাবে ধ্বংস কৰি ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে এজন ফাৰ্মাচিষ্ট।

ঘটনাটো ঘটিছে আমেৰিকাৰ উইছকিনছনত। সেই অঞ্চলৰ এখন চিকিৎসালয়ত মজুত কৰি ৰখা ৫০০ টা ভেকচিন চিকিৎসালয় খনৰ এজন ফাৰ্মাচিষ্টে ইচ্ছাকৃত ভাবে ধ্বংস কৰি পেলোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে গ্ৰাফটন আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।

লোকজনে কিয় ক’ৰ’ণাৰ ভেকচিন কেইটা ধ্বংস কৰিলে সেই বিষয়ত এতিয়াও মুখ খোলা নাই।

উল্লেখ্য ভাৰতকে ধৰি বিশ্বৰ কেইবা খনো দেশত কোভিডৰ ভেকচিন সাধাৰণ মানুহৰ মাজত বিতৰণ কৰাৰ বাবে সংশ্লিষ্ট চৰকাৰ সমূহে পদক্ষেপ গ্ৰহণ কৰিছে।

ব্ৰিটেইনত ৪ জানুৱাৰীৰ পৰা ভেকচিন সাধাৰণ মানুহক প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ভাৰততো চলিত মাহৰ প্ৰথম ভাগতে দেশবাসীৰ মাজত মুকলি কৰি দিয়া হ’ব কোভিডৰ ভেকচিন।

বিশ্বসাবীয়ে আগ্ৰহেৰে অপেক্ষা কৰা ভেকচিন বিনষ্ট কৰাটো এতিয়া সেয়ে গুৰুতৰ অপৰাধ হিচাবে বিবেচিত হৈছে।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd