• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ মাত্ৰ ৮০ কোটি লোকক কোভিডৰ ভেকচিন প্ৰদানত চৰকাৰৰ খৰচ হ’ব ৫৬,০০০-৭২,০০০ কোটি টকা: SBI

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2021 10:28 am
jpg.jpg
182
VIEWS
Share on FacebookShare on Twitter

সকলো উৎকণ্ঠাৰ অৱসান ঘটাই অহা ১৬ জানুৱাৰীৰ পৰা ভাৰতত কোভিডৰ ভেকচিন প্ৰদান কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে।

চৰকাৰে প্ৰকাশ কৰা মতে প্ৰথমাৱস্থাত চিকিৎসা কৰ্মী আৰু সন্মখৰ পৰা কোভিডৰ সৈতে যুঁজ দি থকা প্ৰায় ৩০ কোটি লোকক ভেকচিন প্ৰদান কৰা হ’ব।

প্ৰথম অৱস্থাত ৩০ কোটি লোকক কোভিডৰ ভেকচিন প্ৰদানৰ নামত চৰকাৰে খৰচ কৰিব লাগিব ২১,০০০-২৭,০০০ কোটি টকা।

দেশৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান SBI-এ শেহতীয়াকৈ চলোৱা এক সমীক্ষাত এই পৰিসংখ্যা প্ৰকাশ পাইছে।

একেদৰে ৫০ কোটি লোকক ভেকচিন প্ৰদান কৰিবলৈ চৰকাৰে ব্যয় কৰিব লাগিব ৩৫,০০০-৪৫,০০০ কোটি টকা।

SBI ৰ সমীক্ষাত প্ৰকাশ পোৱা মতে চৰকাৰে যদি দেশৰ ৮০ কোটি লোকক কোভিডৰ ভেকচিন প্ৰদান কৰে তেন্তে তাৰ বাবে খৰচ হ’ব ৫৬,০০০-৭২,০০০ কোটি টকা।

চৰকাৰে ভেকচিন প্ৰদান প্ৰক্ৰিয়াত ৫০ কোটিৰো অধিক ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক ব্যৱহাৰ কৰিব।

এই ক্ষেত্ৰত ছেৰাম ইনষ্টিটিউটৰ কোভিশ্বিল্ড ভেকচিন প্ৰদান কৰাৰ নামত চৰকাৰে প্ৰতিজন ব্যক্তিৰ বাবদ খৰচ কৰিব লাগিব ৭০০-৯০০ টকা।

উল্লেখ্য অলপতে অক্সফ’ৰ্ডৰ আষ্ট্ৰাজেনেকাৰ কোভিডশ্বীল্ড আৰু ভাৰত বায়’টেকৰ কোভিক্সিন নামৰ কোভিড ভেকচিন দুটা ভাৰতত জৰুৰী টীকাকৰণৰ চূড়ান্ত অনুমতি লাভ কৰিছিল।

কোভিডশ্বীল্ড ভেকচিন উৎপাদন কৰিছে ভাৰতীয় প্ৰতিষ্ঠান ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু কোভিক্সিন ভেকচিন প্ৰস্তুতকাৰী কৰিছে আন এটা ভাৰতীয় প্ৰতিষ্ঠান ভাৰত বায়’টেকে ।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd