• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ এছ এছ উঠা কাৰেং ঘৰক গাখীৰ ঢালি শুচি কৰা অশ্বিনী চেতিয়াৰ সংঘৰ লাঠী ট্ৰেইনিঙৰ ফটো ভাইৰেল

এসময়ত আৰ এছ এছক "অশুচি" জ্ঞান কৰা অশ্বিনী চেতিয়াৰ আৰ এছ এছৰ লাঠী ট্ৰেইনিঙৰ ফটো ভাইৰেল

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2019 4:21 pm
Ashwini Chetia at RSS Camp
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইমাহ মান পূৰ্বে জাতীয়তাবাদী শিবিৰ এৰি হিন্দুত্ববাদী দল বিজেপিত যোগদান কৰা আটাছুৰ প্ৰাক্তন মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াৰ এখন ফটোক লৈ ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰু ব্যংগ-বিদ্ৰূপ দেখা গৈছে।

আটাছুৰ প্ৰাক্তন নেতাজনক ফটোখনত দেখা গৈছে (যিখন ব্যাপক হাৰত বিভিন্ন মন্তব্য আৰু টেগৰ সৈতে শ্বেয়াৰ কৰি থকা হৈছে) আৰ এছ এছৰ পোচাক আৰু হাতত লাঠী লৈ সংগঠনটোৰ শিবিৰত অংশগ্ৰহণ কৰা ৰূপত।

Apply Now

চেতিয়াই যোৱা ২৫ মাৰ্চত আটাছুৰ দায়িত্ব ত্যাগ কৰি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল।

তাৰ আগলৈকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতাত আন্দোলন কৰা আটাছুক সন্মুখৰ পৰা নেতৃত্ব দিছিল চেতিয়াই। সদৌ মৰাণ ছাত্ৰ সন্থা, কৃষক মুক্তি, আছু আদিকে ধৰি মুঠ ৭০টা দল-সগঠনৰ সৈতে কৰা এই প্ৰবল আন্দোলনটোৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিল অশ্বিনী চেতিয়া।

“বিজেপিয়ে নাগৰিকত্ব বিধেয়কৰ জৰিয়তে অসমবাসীক গভীৰ সংকটৰ গৰাহলৈ ঠেলি দিছে”, নেতাজনে এই বক্তব্য দিছিল বিজেপিত যোগদান কৰাৰ মাত্ৰ তিনি মাহৰ পূৰ্বে (৪ জানুৱাৰিত) শিৱসাগৰৰ এটা প্ৰতিবাদস্থলীত।

কিন্তু এই মুহূৰ্তত ফটোখনে দিয়া আটাইতকৈ আমোদজনক সংযোগটো হ’ল- ২০১৭ চনত আৰ এছ এছে অশুচি কৰা বুলি কাৰেংঘৰক গাখীৰ ঢালি শুচি কৰা ঘটনাটো, যিটোক আন কিছু সংখ্যকৰ লগতে অশ্বিনী চেতিয়ায়ো নেতৃত্ব দিছিল।

কিন্তু সেই অশ্বিনী চেতিয়াই আজি হাতত লাঠী লৈ, খাকী পোচাকত সংঘৰ (আৰ এছ এছৰ) শিবিৰত কুচকাৱাজত ব্যস্ত, ৰাজ্যখনৰ জাতীয়তাবাদী শিবিৰৰ বাবে বোধহয় ইয়েই এই মুহূৰ্তত আটাইতকৈ লজ্জাজনক দৃশ্য।

উল্লেখ কৰিব পাৰি, আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমান বিজেপি সাংসদ তপন কুমাৰ গগৈয়েও নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ স্বাৰ্থত বিজেপিত যোগদান কৰিয়ে খাকী হাফপেণ্টত সংঘত পদসঞ্চালন কৰা দেখা গৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd