• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

উত্তাল পাকিস্তান : মোদীসহ অন্য ৰাষ্ট্ৰৰ নেতাৰ ফ’টো লৈ সিন্ধু প্ৰদেশত স্বাধীনতাৰ দাবী বিক্ষোভকাৰীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 18, 2021 6:07 pm

2 min read

index.jpgv
965
VIEWS
Share on FacebookShare on Twitter

স্বাধীনতাৰ দাবীত উত্তাল হৈছে পাকিস্তানৰ সিন্ধুপ্ৰদেশ।

বিগত কিছুদিনৰ পৰা প্ৰদেশখনৰ বিভিন্ন অংশত পাকিস্তানৰ পৰা বিচ্ছিন্ন হৈ স্বাধীন ৰাষ্ট্ৰ গঠনৰ দাবীত আন্দোলন চলি আছে।

এই আন্দোলনত প্ৰদেশখনৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছে বুলি প্ৰকাশ পাইছে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।

ইফালে দেওবাৰে স্বাধীনতাৰ দাবীত প্ৰদেশখনৰ বিক্ষোভকাৰীসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাসহ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰ প্ৰধানসকলৰ ফ’টো লৈ প্ৰতিবাদী সমদল উলিওৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

#WATCH: Placards of PM Narendra Modi & other world leaders raised at pro-freedom rally in Sann town of Sindh in Pakistan, on 17th Jan.

Participants of the rally raised pro-freedom slogans and placards, seeking the intervention of world leaders in people’s demand for Sindhudesh. pic.twitter.com/FJIz3PmRVD

— ANI (@ANI) January 18, 2021

ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি দেওবাৰে সিন্ধুপ্ৰদেশৰ ছান অঞ্চলত স্বাধীনতাৰ দাবীত বাহিৰ কৰোৱা মিছিলত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল।

বিক্ষোভকাৰীসকলে সিন্ধুপ্ৰদেশ সিন্ধু সভ্যতাৰ আৱাসগৃহ বুলি দাবী কৰা পৰিলক্ষিত হৈছে। তেওঁলোকৰ দাবী যে বৈদিক ধৰ্মৰ উৎপত্তিস্থলো হৈছে পাকিস্তানৰ সিন্ধুপ্ৰদেশ।

১৯৪৭ চনত সিন্ধুপ্ৰদেশক ঔপনিৱেশিক ব্ৰিটিছে অবৈধভাৱে পাকিস্তানত চামিল কৰে বুলিও দাবী কৰিছে বিক্ষোভকাৰীসকলে।

“অতীতৰপৰা বৰ্তমানলৈকে সকলো সময়তে সিন্ধুপ্ৰদেশৰ ইতিহাস আৰু সংস্কৃতিৰ ওপৰত বৰ্বৰোচিত আক্ৰমণ কৰি আহিছে। শত আঘাতৰ স্বত্বেও নিজৰ ইতিহাস জীয়াই ৰাখি সংস্কৃতি গঢ়ি তুলিবলৈ সক্ষম হৈছে ইয়াৰ মানুহ।… কিন্তু ব্ৰিটিছ আৰু তাৰ পিছত পাকিস্তান চৰকাৰে সিন্ধুপ্ৰদেশৰ সেই আদৰ্শক ক্ৰমাগতভাৱে ধ্বংস কৰিবলৈ চেষ্টা চলাই আহিছে।” সিন্ধুপ্ৰদেশৰ বিক্ষোভকাৰী নেতা তথা জে সিন্ধ মুত্তাহিদা মাহাজেৰ অধ্যক্ষ শ্বাফি মুহম্মদ বুৰফাতে কয়।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd