DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, September 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে অক্লান্ত প্ৰচেষ্টা বঙাইগাঁৱৰ একাংশ যুৱক-যুৱতীৰ

ঘাইপথৰ কাষে কাষে সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়াৰ গছপুলি ৰোপণেৰে প্ৰকৃতি প্ৰেমৰ পৰিচয়

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
June 16, 2021 6:08 pm
popo
236
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁৱৰ ব্যতিক্ৰম নামৰ এক ৱাটচএপ গ্ৰুপৰ সদস্য সকলৰ লগতে স্থানীয় ব্যক্তি,সচেতন লোকসকলে উত্তৰ শালমাৰা– বঙাইগাঁও ৰাজ্যিক ঘাইপথৰ দুয়ো কাষে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ লক্ষ্য- উদ্দেশ্য আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে সেউজ বঙাইগাঁৱৰ লক্ষ্যৰে গছ পুলি ৰোপণ কৰিছে ৷

পুৰণি বঙাইগাঁৱৰ সচেতন যুৱক আৰু সচেতন লোকসকলে সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়াৰ গছপুলি ৰোপণ কৰে৷ প্ৰথম পৰ্যায়ত হাতীমূত্ৰাৰ পৰা পুৰণি বঙাইগাঁও চ’কলৈ এক কিলোমিটাৰ পথৰ দুয়োকাষে এই গছপুলি ৰোপণ কৰে৷

উল্লেখ্য যে ৰাজ্যিক ঘাইপথ নিৰ্মাণ কৰাৰ সময়ত পথৰ দুয়োকাষে থকা অঞ্চলটোৰ বহু গছ কাটি পথচোৱা বহল কৰি নিৰ্মাণ কৰাৰ পিছত পথৰ দুয়ো কাষে কোনো গছ নথকাত সচেতন যুৱক সকলে এক পৰিকল্পনা কৰি উক্ত অঞ্চল প্ৰাকৃতিক ভাবে সুন্দৰ কৰি গঢ় দিবলৈ আগবাঢ়ি আহে৷
বিভিন্ন ৰাইজৰ দান -বৰঙণিৰে এনেদৰে গছপুলি ৰোপণ কৰে ৷

অকল গছ পুলি ৰোপণতে দায়িত্ব সামৰি নথৈ অহা পাঁচ বছৰলৈ যুৱকসকলে প্ৰতিপালন আৰু যত্নৰো দায়িত্ব গ্ৰহণ কৰা বুলি জানিবলৈ দিছে।

গছ পুলি ৰোপণ কাৰ্যসূচীত সমাজকৰ্মী,সচেতন যুৱক- যুৱতীৰ লগতে সংবাদিক, শিল্পী – সাহিত্যিত, ৰাজনৈতিক নেতা, যুৱ ব্যৱসায়ী, শিক্ষক – কৰ্মচাৰী আৰু প্ৰকৃতিপ্ৰেমী লোকসকলে অংশ গ্ৰহণ কৰি গছ পুলি ৰোপণ কৰাৰ লগতে প্ৰতিগৰাকীয়ে ৪- ৫ ডালকৈ গছপুলিৰ যত্ন লোৱাৰ দায়িত্ব গ্ৰহণ কৰে ৷

ক’ভিড পৰিস্থিতিৰ মাজতে অঞ্চলটোৰ যুৱকসকলৰ এই পদক্ষেপক প্ৰকৃতিপ্ৰেমী সচেতন ৰাইজে প্ৰশংসা কৰিছে ৷

Recent News

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd