• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ পৰা ৫০ টকাত ক্ৰয় কৰা কুকুৰ নাগালেণ্ডত বিক্ৰী হয় ১০০০ টকাত

কুকুৰৰ মাংস নিষিদ্ধ কৰাৰ দাবী পশুপ্ৰেমী সংগঠনৰ

Bhadra Gogoi ভদ্র গগৈ
কোহিমা , July 2, 2020 9:04 pm

1 min read

Dog-1140x570

উদ্ধাৰ কৰা কুকুৰ। ফাইল ফটো।

868
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য নাগালেণ্ডৰ বহু লোকৰ প্ৰিয় খাদ্য কুকুৰৰ মাংস।

ৰাজ্যখনৰ ডিমাপুৰকে ধৰি অন্যান্য বহু অঞ্চলত চলি আছে কুকুৰৰ মাংসৰ ৰমৰমীয়া ব্যৱসায়।

অসমৰ পৰা ৫০ টকা ব্যয় কৰি লৈ যোৱা প্ৰতিটো কুকুৰ এতিয়া নাগালেন্ডত বিক্ৰী হৈছে ১০০০ টকাত। এই অভিযোগ উত্থাপন হৈছে পশুপ্ৰেমী সংগঠনৰ তৰফৰ পৰা।

দেশৰ ৭০ খন চহৰত বিস্তৃত হৈ থকা ফেডাৰেছন অৱ ইণ্ডিয়ান এনিমেল প্ৰটেকশ্যন অৰ্গেনাইজেশ্যনে নাগালেণ্ডৰ কুকুৰৰ মাংসৰ বৃহৎ বজাৰখন সন্দৰ্ভত কেতবোৰ তথ্য দাঙি ধৰিছে।

সংগঠনটোৰ কাৰ্যবাহী সঞ্চালক ভদ্ৰ মেৰহোত্ৰাই সদৰী কৰা অনুসৰি ডিমাপুৰৰ বজাৰত অতি দুখ লগা অৱস্থাত কুকুৰবোৰ বিক্ৰীৰ বাবে ৰখা হয়।

ৰাজ্যখনত প্ৰতি কিলোগ্ৰাম কুকুৰৰ মাংস ২০০ টকাকৈ বিক্ৰী হৈ আছে বুলিও তেওঁ উল্লেখ কৰে।

কুকুৰৰ মাংসৰ বিক্ৰী বন্ধ কৰাৰ বাবে সংগঠনটোৱে চৰকাৰক আৱেদন জনাই আহিছে যদিও চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

তেওঁ লগতে কয় যে ২০১৬ চনত নাগালেণ্ডৰ চৰকাৰে কুকুৰৰ মাংস নিষিদ্ধ কৰাৰ বাবে তৎপৰতা দেখুৱাইছিল যদিও সময়ত সেয়া কাৰ্যকৰী নহ’ল।

Recent News

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd