• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পশ্চিম বংগত আয়োজিত মেলাত বাংলাদেশী ব্যৱসায়ীক অংশগ্ৰহণ নকৰিবলৈ নিৰ্দেশ আয়োজকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2024 11:34 am
84
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশত চলি থকা অশান্তিৰ বাবে কলকাতাৰ অন্যতম জনপ্ৰিয় শীতকালীন মেলাৰ আয়োজকসকলে বাংলাদেশী ব্যৱসায়ীসকলক – যিসকলে মেলা খেলপথাৰত ষ্টল বুকিং কৰি আগতীয়াকৈ ধন দিছিল তেঁওলোকক মেলাত অংশগ্ৰহণ নকৰিবলৈ অনুৰোধ জনাইছে।

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি কলকাতাৰ বিধাননগৰ মেলা উৎসৱ ২০২৪-২৫ৰ ষ্টল আৰু পেভিলিয়ন বুকিং পৰিচালনা কৰা সংস্থাটোৱে বাংলাদেশী ব্যৱসায়ীয়ে ষ্টলসমূহৰ বাবে দিয়া অগ্ৰিম ধন ঘূৰাই দিবলৈ আৰম্ভ কৰিছে।

আজি অৰ্থাৎ মঙলবাৰে ছল্ট লেক চেণ্ট্ৰেল পাৰ্ক মেলা খেলপথাৰত উদ্বোধন কৰা হ’ব এই মেলা। বিধাননগৰ পৌৰ নিগমে আয়োজন কৰা এই মেলা অহা ৬ জানুৱাৰীলৈকে চলিব। এইবাৰ প্ৰায় ৫০০খন ষ্টল স্থাপন কৰা হৈছে।

ইতিমধ্যেই জনোৱা হৈছে যে অহা ২৮ জানুৱাৰীৰ পৰা চেণ্ট্ৰেল পাৰ্ক মেলা খেলপথাৰত আৰম্ভ হ’বলগীয়া কলকাতা আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাত সীমা অতিক্ৰম কৰি অংশগ্ৰহণৰ কোনো সম্ভাৱনা নাই। প্ৰতিবছৰে বাংলাদেশৰ প্ৰতিনিধিয়ে ঢাকাই আৰু জামদানী শাৰী আৰু অন্যান্য সামগ্ৰীৰ দুটাৰ পৰা তিনিটা ষ্টল স্থাপন কৰে বিধাননগৰ মেলাত, যিখন মেলাত চাবলৈ বৃহৎ জনসমাগম আকৰ্ষিত হয়।

বৰ্তমান বিধাননগৰ মেলা উৎসৱ চহৰৰ অন্যতম জনপ্ৰিয় মেলা হিচাপে পৰিগণিত হৈছে। বাওঁ মৰ্চাৰ ক্ষমতাত থকা সময়ত এই মেলা এটা বেচৰকাৰী সংস্থাই আয়োজন কৰিছিল। ২০১১ চনত তদানীন্তন বিধাননগৰ পৌৰসভাই মেলাখনৰ নিয়ন্ত্ৰণ লয় আৰু ২০১৫ চনত গঠন হোৱাৰ পৰাই বিএমচিয়ে এই মেলাৰ আয়োজন কৰি আহিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd