• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ শুভ উদ্বোধন

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , February 24, 2019 4:08 pm

1 min read

শিৱসাগৰত প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ শুভ উদ্বোধন
682
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ গোৰখপুৰত আজি ‘প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি (পি এম- কিষাণ)’ যোজনাৰ শুভাৰম্ভ কৰাৰ সমান্তৰালকৈ অসমৰ অন্যান্য জিলাৰ লগতে শিৱসাগৰতো এই যোজনাৰ শুভ উদ্বোধন কৰা হয়।

ইয়াৰ লগত সংগতি ৰাখি নগৰৰ যুৱদল প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত নাৱাব আল আজহাৰ আলি, অতিৰিক্ত উপায়ুক্ত বিদিত দাস, পৌৰপতি মৃদুস্মিতা সিংহকে ধৰি ভালেসংখ্যক হিতাধিকাৰী আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে।

উল্লেখযোগ্য যে, দেশৰ সকলো ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ উপাৰ্জনৰ সহায়ক হোৱাকৈ গ্ৰহণ কৰা এই আঁচনি জৰিয়েত ক্ষুদ্ৰ আৰু উপান্ত কৃষক সকললৈ কৃষি সঁজুলি ক্ৰয় কৰা বা অন্যান্য সহযোগী কামত খৰছ কৰাৰ বাবে ধন প্ৰদান কৰা হ’ব।

এই আঁচনিৰ যোগেদি ২ হেক্টৰতকৈ কম খেতিমাটি থকা কৃষক পৰিয়ালক বছৰেকত ৬,০০০ টকাকৈ প্ৰদান কৰা হ’ব। উক্ত ধনৰাশি চাৰি মাহৰ অন্তৰে অন্তৰে বছৰেকত তিনিটা কিস্তিত প্ৰদান কৰা হ’ব।

জানিব পৰা মতে শিৱসাগৰ জিলাত এই আঁচনিৰ অধীনত বৰ্তমানলৈ ২০,৮৮৭ গৰাকী হিতাধিকাৰীক পঞ্জীয়নভুক্ত কৰা হৈছে।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd