• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গান্ধী পৰিয়ালৰ হাতত আছে নেহৰুৰ চিঠি; ওভোতাই বিচাৰি ৰাহুল গান্ধীলৈ পত্ৰ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 16, 2024 2:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ঐতিহাসিক গুৰুত্বৰ ব্যক্তিগত চিঠিসমূহ গান্ধী পৰিয়ালৰ ঘৰত পৰি আছে। প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভঁৰাল চমুকৈ পিএমএমএলে এতিয়া বিৰোধী দলপতি ৰাহুল গান্ধীলৈ চিঠিসমূহ ঘূৰাই বিচাৰি পত্ৰ লিখিছে। য’ত স্পষ্টকৈ কোৱা হৈছে, এই চিঠিসমূহ তৎক্ষণাত ঘূৰাই দিব লাগে। কাৰণ, জৱাহৰলাল নেহৰু মেম’ৰিয়েলে নিজেই এই চিঠিবোৰ ১৯৭১ চনত নেহৰু মেম’ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীক দিছিল।

২০০৮ চনত ইউ পি এ চৰকাৰৰ দিনত এই বিতৰ্ক আৰম্ভ হৈছিল। নেহৰুৰ এই ব্যক্তিগত চিঠিবোৰ ড° মনমোহন সিঙৰ শাসনকালত ৫১টা বাকচত ভৰাই ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা হৈছিল। মাউণ্টবেটেন, এলবাৰ্ট আইনষ্টাইন, জয়প্ৰকাশ নাৰায়ণ, পদ্মজা নাইডু, বিজয়া লক্ষ্মী পণ্ডিত, অৰুণা আছাফ আলী, বাবু জগজীৱন ৰাম, গোবিন্দ বল্লভ পন্ত আদি ঐতিহাসিক ব্যক্তিলৈ নেহৰুৱে এই চিঠি লিখিছিল।

Apply Now

প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ে দাবী কৰিছে যে যি চিঠিবোৰত চৰকাৰৰ অধিকাৰ, সেইবোৰ এনেদৰে লৈ যাব নোৱাৰি। যাৰ বাবে ১০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ সদস্য ৰিজৱান কাদ্ৰীয়ে ৰাহুল গান্ধীলৈ এখন পত্ৰ লিখি এই সকলোবোৰ চিঠি ঘূৰাই দিবলৈ অনুৰোধ জনায়।

কিন্তু এই ঘটনা এয়াই প্ৰথম নহয়, যোৱা ছেপ্টেম্বৰ মাহত সংগ্ৰহালয়ৰ হৈ নিজেই ছোনিয়া গান্ধীলৈ এখন চিঠি লিখা হৈছিল। সেই প্ৰসংগত পত্ৰখনত ছোনিয়া গান্ধীক বিষয়টোৰ বিষয়ে অৱগত কৰা মূল চিঠিবোৰ ঘূৰাই দিবলৈ কোৱা হৈছিল। অন্যথা চিঠিৰ ফটোকপি দিয়া হওক।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে সৰৱ হৈ পৰিল বিজেপি। বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই এক্স হেণ্ডেলত লিখিছে, ‘ইমান চাঞ্চল্যকৰ তথ্য। জৱাহৰলাল নেহৰুৰ চিঠিবোৰ ৫১টা বাকচত গোপনে প্ৰধানমন্ত্ৰী সংগ্ৰহালয় (তেতিয়াৰ নেহৰু সংগ্ৰহ)ৰ পৰা লৈ যোৱা হৈছিল। মাউণ্টবেটেন আৰু অন্যান্য ঐতিহাসিক ব্যক্তিসকললৈ চিঠি লিখা হৈছিল। তদানীন্তন ইউ পি এ চৰকাৰৰ দিনত এই চিঠিবোৰ লৈ গৈছিল ছোনিয়া গান্ধীয়ে। এতিয়া প্ৰশ্ন হয়, নেহৰুজীয়ে মাউণ্ট বেটনলৈ কি লিখিলে যিটো ইউ পি এ চৰকাৰে ঢাকি ৰখাৰ প্ৰয়োজন আহিল? ৰাহুল গান্ধীলৈ পত্ৰ লিখিব? নে সেইবোৰ হাতলৈ আনিবলৈ কিবা পদক্ষেপ লব?’

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd