• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাংসাৰিৰ জনসভাত অসমবাসীক উদ্দেশ্যি প্ৰধান মন্ত্ৰী মোদীৰ আবেগিক ভাষণ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2019 2:42 pm
PM-modi

চাংসাৰিৰ জনসভাত প্ৰধান মন্ত্ৰী মোদী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ প্ৰায় ১ বজাত উত্তৰ গুৱাহাটীৰ চাংসাৰিত আহি উপস্থিত হয়। মোদী চাংসাৰিত উপস্থিত হোৱাৰ পাছতে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাসকলে তেওঁক গামোচা, চেলেং চাদৰেৰে সম্বৰ্দ্ধনা জনায়।

চাংসাৰিত বিশাল সমাৱেশত অসমীয়াতে ভাষণ আৰম্ভ কৰি ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰাই প্ৰধান মন্ত্ৰী মোদীয়ে। মোদীয়ে ভূপেন হাজৰিকাৰ ‘অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ’ গীতৰ পংক্তি আওৰায়।

Apply Now

প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সফলতা কামনা কৰাৰ লগতে ভক্ত আৰু দৰ্শনাৰ্থীসকলক সভাৰ পৰাই অসমীয়াতে সম্ভাষণ জনায়।

মোদীয়ে ভূপেন হাজৰিকাই জীৱিত কালত কিয় ভাৰত ৰত্ন নাপালে সেই প্ৰশ্ন কৰি কয়, ‘’গোপীনাথ বৰদলৈক বাজপেয়ী চৰকাৰে ভাৰত ৰত্ন প্ৰদান কৰিছিল। কংগ্ৰেছে কিয় অসমৰ ৰত্নসমূহক চিনাক্ত কৰিব নোৱাৰিলে।‘’

প্ৰধান মন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অপপ্ৰচাৰৰ বাবে কংগ্ৰেছক সমালোচনা কৰে। বিজেপিয়ে দেশ বিভাজনৰ বলি হোৱা তথা নিৰ্যাতনৰ বলি হোৱা লোকসকলকহে নাগৰিকত্ব প্ৰদান কৰিব বুলি কয়।

তেওঁ লগতে কয়, ‘’আমি দেশত সম্পদ আহৰণৰ বাবে অহা আৰু নিজ দেশত অত্যাচাৰৰ কবলতপৰি অহা লোকৰ মাজৰ পাৰ্থক্য বুজিব লাগিব।‘’ এই বিধেয়ক কেবল উত্তৰ-পূবৰ বাবে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে বুলিও তেওঁ দোহাৰে।

অসমৰ বাজেটক প্ৰশংসা কৰি মোদীয়ে বিজেপি চৰকাৰে অসম চুক্তি ৰূপায়ন কৰিব বুলি ব্যক্ত কৰি কংগ্ৰেছে অসম চুক্তিক লৈ কেৱল ৰাজনীতি কৰিলে বুলি সদৰী কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে লগতে বিজেপিয়ে অসমৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও স্পষ্টকৈ উল্লেখ কৰে।

অৰুণাচল প্ৰদেশত কেইবাটাও প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰাৰ পাছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীত উপস্থিত হৈ অসমতো কেইবাটাও প্ৰকল্প উদ্বোধন কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন কৰে। এই ছয় লেন যুক্ত দলঙখনে গুৱাহাটী-উত্তৰ গুৱাহাটীক সংযোগ কৰিব।

প্ৰধান মন্ত্ৰীয়ে লগতে চাংসাৰিত ভূমি পূজনেৰে সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰে। তদুপৰি, প্ৰধান মন্ত্ৰী মোদীয়ে নুমলীগড় শোধনাগাৰৰ বায়’ ডিজেল প্ৰকল্প আৰু বাৰাউনি-গুৱাহাটী গেছ পাইপলাইনৰো উদ্বোধন কৰে।

প্ৰধান মন্ত্ৰীৰ আজিৰ এই বিশাল জন সভাখনত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি বিজেপিৰ নেতা-মন্ত্ৰীসকল উপস্থিত থাকে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd