• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বংগবন্ধু মুজিবুৰ ৰহমানৰ শতবাৰ্ষিকীত বিশেষ অতিথি হিচাপে আমন্ত্ৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 29, 2020 7:00 pm
images

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হ’বলগীয়া মুজিবুৰ ৰহমানৰ শতবাৰ্ষিকীৰ অনুষ্ঠানত বিশেষ অতিথি হিচাপে আমন্ত্ৰিত সকলৰ মাজত আছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

অহা মাহত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ কৰাৰ অন্যতম কাৰণ হৈছে দেশখনৰ স্বাধীনতা সংগ্ৰামত ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

Apply Now

ব্ৰিটেইনত বাংলাদেশৰ উচ্চায়ুক্ত চৈয়দা মুনা তাচনিমে এই কথা জানিবলৈ দিয়ে।

উচ্চায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে বংগবন্ধু বা বাংলাৰ জনক শ্বখ মুজিবুৰ ৰহমানৰ ১দদ সংখ্যক জন্ম বাৰ্ষিকী  অহা ১৭ মাৰ্চত অনুষ্ঠিত কৰাৰ লগতে এবছৰ ধৰি বাংলাদেশৰ লগতে ব্ৰিটেইনতো বৰ্ষজোৰা এলানি কাৰ্যসূচীৰে উদযাপন কৰা হ’ব।

সংবাদ প্ৰতিষ্ঠানৰ আগত তানচিমে কয় যে প্ৰধান মন্ত্ৰী মোদীক বিষেষ অতিথিসকলৰ মাজত ৰখা হৈছে কিয়নো ১৯৭১ চনত বংগবন্ধুৰ অভিষেকৰ লগত ইয়াৰ সম্পৰ্ক আছে।

গোটেই পৰিকল্পনাটো লণ্ডনত আৰম্ভ হৈছিল য’ত তেওঁক স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰপতি হিচাপে আনুষ্ঠানিক স্বীকৃতি দিয়া হয়। ইয়াৰ পাছত তেওঁ দিল্লীলৈ উৰা মাৰিছিল আৰু তদানীত্বন ভাৰতীয় প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল।

তদুপৰি, পাকিস্তানৰ কৰাচীৰ জেইলৰ পৰা শেবখ মুজিবক মুকলি কৰাৰ ক্ষেত্ৰত ব্ৰিটেইনৰ তদানীত্বন প্ৰধান মন্ত্ৰী এডৱাৰ্ড হিথৰ লগতে ইন্দিৰা গান্ধীয়েও সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।

উচ্চায়ুক্ত গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ভাৰতৰ সংসদে গৃহীত কৰা নাগৰিকত্ব সংশোধনী আইন ৰূপায়ন হ’লে ই বাংলাদেশৰ বাবে ‘ক্ষতিকাৰক’ হ’ব।

‘’প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই কৈছে যে এইটো ভাৰতৰ আভ্যন্তৰীণ বিষয় যদিও একেবাৰে অপ্ৰয়োজনীয়। বাংলাদেশৰ বঙালী হিন্দুসকল ভালেই আছে, বিশেষকৈ অংক আৰু একাউন্টছ বিষয়ত তেওঁলোক পাৰদৰ্শী,’’-তেওঁ কয়।

দিল্লীৰ শেহতীয়া অশান্ত জৰ্জৰ পৰিস্থিতিৰ মাজত কিছুমানে অহা মাহত ঢাকাত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানলৈ মোদীৰ নিমন্ত্ৰণ বাতিল কৰিবলৈ আহ্বান জনাইছিল যদিও বাংলাদেশ চৰকাৰে সেয়া অগ্ৰাহ্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

August 7, 2026 8:03 pm
কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

August 7, 2026 7:47 pm
বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

August 7, 2026 6:22 pm
বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

August 7, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

August 7, 2026 8:03 pm
কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

August 7, 2026 7:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd