• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি লালকিল্লাত প্ৰধানমন্ত্ৰী ক’লে, ‘মণিপুৰলৈ শান্তি ঘুৰি আহিছে’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2023 9:03 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতা দিৱসত আনন্দত মতলীয়া সমগ্ৰ দেশ। আজি পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা জাতীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে পৰাধীনতাৰ শিকলি ভাঙি দেশ মুক্ত কৰাৰ বাবে চৰম আত্মত্যাগ কৰা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তাৎপৰ্যপূৰ্ণভাৱে আজি প্ৰধানমন্ত্ৰীৰ ভাষণৰ আৰম্ভণিতে মণিপুৰৰ হিংসাৰ বিষয়টো তুলি ধৰা হয়। লালকিল্লাত থিয় হৈ প্ৰধানমন্ত্ৰীয়ে কয়, “মণিপুৰত ব্যাপক হিংসা সংঘটিত হৈছে। বহু লোকৰ মৃত্যু হৈছে। বিগত কেইবা সপ্তাহমানৰ পৰা মণিপুৰ উত্তপ্ত হৈ আছে। মাতৃ-ভগ্নীসকলৰ সন্মান হানি হৈছে। কিন্তু দেশ মণিপুৰৰ লগত আছে। লাহে লাহে তাত শান্তি ঘূৰি আহিছে। আমাৰ বৈচিত্ৰ্যই আমাৰ শক্তি।”

নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্ব মঞ্চত ‘ডিজিটেল ইণ্ডিয়া’ৰ সফলতাৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিয়ে কেৱল দিল্লী বা মুম্বাইৰ দৰে বৃহৎ চহৰতে নহয়, ভাৰতৰ দূৰ্গম প্ৰান্ততো স্থান পাইছে।

Apply Now

তেওঁ কয়, ‘আজি লাখ লাখ শিশু প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত। আজি সৰু চহৰৰ ল’ৰা-ছোৱালীয়ে চমক দি আছে।”

প্ৰধানমন্ত্ৰীয়ে কয়, “আজি ১৪ৰ কোটি ভাৰতবাসীয়ে শ্ৰমিক, মজদুৰসকলক সন্মান জনাইছে।” তেওঁলোকেই দেশক প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে। আজি আমি এনে এটা সন্ধিক্ষণত থিয় দিছো যিয়ে অহা হাজাৰ বছৰৰ গতিপথ গঢ় দিব।”

তাৎপৰ্যপূৰ্ণভাৱে, ‘ৰাইজিং ইণ্ডিয়া’ৰ বাৰ্তাৰে প্ৰধানমন্ত্ৰীয়ে কয় যে, “দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বত এক নতুন পৰিৱৰ্তন আহিল৷ কৰ’ণাৰ পিছৰ পৰিস্থিতিতো একেদৰে বিশ্বত কৌশলগতভাৱে শক্তিৰ নতুন ভাৰসাম্যৰ সৃষ্টি হৈছে।” 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

October 26, 2026 8:37 am
ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

October 26, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd