• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘কেবাদশক ধৰি উন্নয়ন স্তব্ধ হৈ থকা ভাৰত এতিয়া দ্ৰুত গতিত আগুৱাইছে’; প্ৰধানমন্ত্ৰী মোদীৰ দাবী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 5, 2021 5:17 pm

1 min read

PM-Modi
169
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দাবী যে দেশে উন্নতিৰ দিশে দ্ৰুত গতিত আগুৱাই গৈছে। আজি কোচি-মাংগালুৰুৰ প্ৰাকৃতিক গেছ পাইপলাইন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৪৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰাকৃতিক গেছ পাইপলাইনৰ যোগে কেৰেলা আৰু কৰ্ণাটকৰ বহুকেইখন জিলাৰ মানুহ উপকৃত হ’ব।

Dedicating the Kochi – Mangaluru Natural Gas Pipeline to the nation. #UrjaAatmanirbharta https://t.co/u8x0hQGUcR

— Narendra Modi (@narendramodi) January 5, 2021

প্ৰধানমন্ত্ৰী মোদীৰ মতে বিগত কেবা দশক ধৰি দেশৰ উন্নতিত স্থবিৰতা আহিলেও এতিয়া অতি দ্ৰুত গতিত দেশৰ উন্নতি হৈছে।

“বিগত কেবাদশকো কিয় ভাৰতৰ উন্নয়নৰ গতি স্তব্ধ হৈ গৈছিল সেই বিষয়ে আমি একো ক’বলৈ নাযাওঁ। এতিয়া ভাৰতৰ উন্নয়ন গতি ধীৰ হৈ থকা নাই। বিগত কিছু বছৰৰ পৰা দেশৰ উন্নয়নৰ গতি আৰু উন্নয়ন সুযোগ বহুগুণে বৃদ্ধি পাইছে।” প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰসংগত কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় ১৯৮৭ চনতে আন্তঃৰাজ্য পাইপলাইন কমিশ্যন গঠন কৰিলেও ২০১৪ চন পৰ্যন্ত মাত্ৰ ১৫ হাজাৰ কিলোমিটাৰ পাইপলাইনহে নিৰ্মাণ কৰা হৈছে।

২০২৪ বৰ্ষৰ পৰা দেশত ১৬ হাজাৰ কিলোমিটাৰ পাইপলাইনৰ কামকাজ চলি আছে আৰু আগন্তুক ৪ ৰপৰা ৬ বছৰৰ ভিতৰত এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd