• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিশ্ৰুতিৰ মোনালৈ আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, ক’লা পতাকাৰে আদৰিব আছুৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2021 9:05 am
PM-Modi-in-Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি কম দিনৰ ভিতৰতে চতুৰ্থবাৰৰ বাবে আজি সমস্যাজৰ্জৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

মোদীৰ আগমণৰ পৰিপ্ৰেক্ষিতত ধেমাজী-চিলাপথাৰকে বিভিন্ন স্থানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

Apply Now

ইপিনে প্ৰধানমন্ত্ৰী মোদীৰ আগমণৰ সময়তে আজি সদৌ অসম ছাত্ৰ সন্থাই আজি মোদীক ক’লা পতাকাৰে আদৰণি জনাব।

অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰাৰ দাবীত আছুৱে আজি সমগ্ৰ ৰাজ্য জুৰি ক’লা পতাকা প্ৰদৰ্শন কৰিব। জানিব পৰা মতে আজি দিনৰ ১১.৩০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে চিলা পথাৰত আহি উপস্থিত হ’ব।

আজিৰ কাৰ্যসূচী অনুসৰি মোদীয়ে ৪৪.৯৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ধেমাজী  অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শ্ৰেণীৰ শুভাৰম্ভ,৫৪.৭১ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া শুৱালকুছি  অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন,বঙাইগাওঁত ইণ্ডিয়ান অইলৰ প্ৰকল্প, মাকুমত বিশেষ প্ৰকল্প আদি আৰম্ভনি কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে ধেমাজী আৰু চিলাপথাৰৰ দুখনকৈ বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব।

তেওঁ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যোৱা ২৩ জানুৱাৰী আৰু ৭ ফেব্ৰুৱাৰীত মোদীয়ে দুবাৰকৈ অসম ভ্ৰমণ কৰি

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী মোদীৰ লগতে বিজেপি দলৰ আন আন শীৰ্ষ কেন্দ্ৰীয় নেতৃত্বৰ সঘনাই কৰিবলৈ ধৰা অসম ভ্ৰমণে যথেষ্ট তাৎপৰ্য বহন কৰিছে।

যোৱা ২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী মোদীয়ে শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰত আয়োজিত এক বিশাল কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যৰ ১.০৬ লাখ খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল ।

উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১২৬খন আসনৰ  ভিতৰৰে ১০০ৰো অধিক আসনত জয়ী হোৱাৰ লক্ষ্য বান্ধি লৈছে।

এই লক্ষ্যত উপনীত হ’বলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, জেপি নাড্ডাকে ধৰি আন আন শীৰ্ষ নেতাসকলে অসমলৈ আহি ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টাত ব্ৰতী হৈছে।

‘কা’ৰ বিৰুদ্ধে অসমৰ প্ৰকৃত জাতীয়তাবাদী মনোভাৱাপন্ন জনতাই কৰা প্ৰতিবাদক মুঠেও গুৰুত্ব নিদিয়া মোদীৰ চৰকাৰে বিগত দিন সমূহত অসমত এমুঠি মান হিতাধিকাৰী সৃষ্টিৰ বাহিৰে গৰিষ্ঠসংখ্যক লোকৰে মৌলিক সমস্যা সমূহ দূৰ কৰাত সফল হোৱা নাই বুলি সচেতন মহলে মন্তব্য কৰিছে।

মোদীৰ দিনতে বন্ধ হৈ পৰিছে নগাঁও, কাছাৰৰ কাগজকলকে ধৰি বহু সম্ভাৱনাপূৰ্ণ উদ্যোগ প্ৰতিষ্ঠান।নতুন উদ্যোগ স্থাপনৰ কথাটো বাদেই।অসমত আগৰে পৰা  থকা চিকিৎসা মহাবিদ্যালয় কেইখনতে আজিও নাই পূৰ্ণ আন্তঃগাঁথনি।

সেইবাবেই মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ দলে পৰিদৰ্শন কৰিবলৈ আহিলে চৰকাৰে ইখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপকক সিখনৰ অধ্যাপক হিচাবে দেখুৱাবলগীয়া হয় বুলি তীৰ্যক মন্তব্য কৰিছে বহুতে।

সচেতন মহলৰ মতে আন্তঃগাঁথনি নোহোৱাকৈয়ে কেৱল ৰাজনৈতিক চমক সৃষ্টিৰ বাবেই অসমত খোলা হৈছে বা খোলাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ইখনৰ পিছত সিখনকৈ চিকিৎসা, অভিযান্ত্ৰিক মহাবিদ্যালয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd