• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমিত শ্বাহৰ বিপৰীত স্থিতিত মোদী: আঞ্চলিক ভাষাক শক্তিশালী কৰাতহে গুৰুত্ব মোদীৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 30, 2022 1:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰান্তে প্ৰান্তে এতিয়া হিন্দীক ৰাষ্ট্ৰ ভাষা হিচাবে প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতান চলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যালয়ত দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰাৰ পৰামৰ্শ দিছিল।

অমিত শ্বাহৰ এই পৰামৰ্শকলৈ অসমতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। হিন্দীৰ ৰাষ্ট্ৰ ভাষা হিচাবে প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতাত আনকি বলিউডৰ একাংশ চেলিব্ৰেটি অভিনেতা-অভিনেত্ৰীয়েও জঁপিয়াই পৰা পৰিলক্ষিত হৈছে।

Apply Now

ইয়াৰ মাজতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্পূৰ্ণ বিপৰীত স্থিতিত অৱস্থান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আঞ্চলিক ভাষাসমূহক অধিক শক্তিশালী কৰাৰ বিষয়তহে গুৰুত্ব দিয়ে।

শনিবাৰে নতুন দিল্লীত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলৰ এক যুটীয়া সন্মিলনত ভাষণ দি মোদীয়ে কয় যে আদালতত স্থানীয় ভাষা ব্যৱহাৰৰ বাবে এক শক্তিশালী প্ৰচেষ্টা চলাব লাগে। আদালতত স্থানীয় ভাষাৰ প্ৰয়োগে ন্যায় ব্যৱস্থাৰ ওপৰত সাধাৰণ নাগৰিকৰ আস্থা বৃদ্ধি কৰিব আৰু তেওঁলোকে ইয়াৰ সৈতে অধিক জড়িত হ’ব পাৰিব বুলি মোদীয়ে মন্তব্য কৰে।

মোদীয়ে কয়—’আমি আদালতত স্থানীয় ভাষা ব্যৱহাৰৰ বিষয়টোক উৎসাহিত কৰিব লাগিব। ই ন্যায় ব্যৱস্থাৰ ওপৰত সাধাৰণ নাগৰিকৰ আস্থা বৃদ্ধি কৰাৰ লগতে তেওঁলোকক ইয়াৰ সৈতে অধিক সম্পৰ্কিত বুলি অনুভৱ কৰাৰ সুযোগ দিব”।

প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলক ন্যায় প্ৰদান সহজ কৰি তুলিবলৈ পুৰণি আইন বাতিল কৰিবলৈও আহ্বান জনায়।

মোদীয়ে এই প্ৰসংগতে কয়—” ২০১৫ চনত আমি প্ৰায় ১,৮০০ খন আইন চিনাক্ত কৰিছিলোঁ । যিবোৰ অপ্ৰাসংগিক হৈ পৰিছে। ইয়াৰ ভিতৰত কেন্দ্ৰই ১,৪৫০ খন আইন বাতিল কৰিছে। কিন্তু কেৱল এনে ৭৫ খন আইনহে বিভিন্ন ৰাজ্যই বাতিল কৰিছে’।

উল্লেখ্য আদালতৰ কাম-কাজত আঞ্চলিক ভাষাৰ প্ৰয়োগত গুৰুত্ব দি প্ৰধানমন্ত্ৰী মোদীয়ে আজি হিন্দীৰ প্ৰসাৰৰ বিপৰীতে আঞ্চলিক ভাষাৰ প্ৰসাৰ তথা প্ৰয়োগকহে উৎসাহিত কৰিলে।

মোদীৰ এনে স্থিতি নিঃসন্দেহে অমিত শ্বাহৰ স্থিতিৰ বিপৰীত হিচাবে পৰিগণিত হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd