DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টাইম মেগাজিনৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত প্ৰধানমন্ত্ৰী মোডী

তালিকাত সুন্দৰ পিছাই,বিলকিচ বানুৰো নাম

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2020 2:25 pm
mod
423
VIEWS
Share on FacebookShare on Twitter

বিশ্ব বিখ্যাত আলোচনী টাইম মেগাজিনে প্ৰকাশ কৰা বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

টাইম মেগাজিনে প্ৰকাশ কৰা তালিকাত দিল্লীৰ শ্বাহিন বাগৰ কা বিৰোধী আন্দোলনত ভাগ লৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বিলকিছ বানুৰ লগতে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইৰ নামো অন্তৰ্ভূক্ত হৈছে।

তালিকাত চীনৰ প্ৰধানমন্ত্ৰী জি ঝিংপিঙৰ নামো অন্তৰ্ভূক্ত হৈছে। উল্লেখ্য নৰেন্দ্ৰ মোডীয়ে শেহতীয়াকৈ ভাৰতৰ সৈতে বিশ্বৰ আন বহু দেশৰ সম্পৰ্ক মজবুত কৰি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে।

কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ লগতে আন ভালেমান উল্লেখযোগ্য কাম কৰি বিশ্ব সম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে।

সেইবাবেই বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মোডীৰ নাম সন্নিবিষ্ট হোৱা বুলি ধাৰণা কৰা হৈছে।

একেদৰে টাইম মেগাজিনৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে ভাৰতৰ বিলকিছ বানুয়েও।

এইগৰাকী ৮২ বছৰীয়া মহিলাই বয়সকো নেওঁচি কাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ ঘৰৰ পৰা খোজকাঢ়ি আহি বহুতকে উৎসাহিত কৰিছিল।

তালিকাত স্থান লাভ কৰা ১০০ গৰাকী প্ৰভাৱশালী লোকৰ ভিতৰত ৫৪ গৰাকীয়েই হৈছে মহিলা।

টাইম মেগাজিনৰ তালিকাত স্থান লাভ কৰিছে অভিনেতা আয়ূষ্মান খুৰানায়ো।

 

Recent News

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd