• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ক’ভিদ ভেকচিন প্ৰমাণপত্ৰত মোদীৰ ফটো ব্যৱহাৰ সন্দৰ্ভত কেন্দ্ৰলৈ জাননী প্ৰেৰণ কেৰালা উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2021 2:48 pm
Covid vaccination certificate
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালা উচ্চ ন্যায়ালয়ে মঙলবাৰে ক’ভিদ ভেকচিন প্ৰমাণপত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো ব্যৱহাৰ সন্দৰ্ভত দাখিল কৰা এক আবেদন গ্ৰহণ কৰিছে আৰু কেন্দ্ৰ থা ৰাজ্য চৰকাৰক প্ৰতি-শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

আবেদনৰ শুনানি গ্ৰহণৰ সময়ত ন্যায়াধীশ এন নাগাৰেশে উল্লেখ কৰিছিল যে ইয়াৰ দ্বাৰা এক গুৰুতৰ প্ৰভাৱ পৰিব আৰু এটা প্ৰশ্ন উত্থাপন কৰিছিল যে যদি কোনোবাই মহাত্মা গান্ধীৰ ফটোখন ভাৰতীয় নোটৰ পৰা আঁতৰাব বিচাৰে তেতিয়া কি হ’ব?

ইয়াৰ উত্তৰত আৱেদনকাৰী এম পিটাৰৰ অধিবক্তা অজিত জয়ে দাবী কৰিছিল যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি মহাত্মা গান্ধীৰ ফটো মুদ্ৰাত মুদ্ৰণ কৰা হৈছিল। কিন্তু প্ৰধানমন্ত্ৰীৰ ফটো কোনো আইনী ব্যৱস্থা বা নিয়মৰ ওপৰত আধাৰিত নহয়।

Apply Now

“মোদীৰ ফটোখন ভেকচিন প্ৰমাণপত্ৰ আবেদনকাৰীৰ ব্যক্তিগত স্থানত অপ্ৰয়োজনীয়। কেন্দ্ৰীয় চৰকাৰ বা প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ কৰ্তব্যৰ বাহিৰে আন একো বিশেষ কাম কৰা বুলি দাবী কৰিব নোৱাৰে।” পিটাৰে আবেদনখনত যুক্তি দৰ্শাইছিল।

আবেদনকাৰীজনে লগতে কৈছিল যে তেওঁ প্ৰমাণপত্ৰখন বিদেশ ভ্ৰমণৰ সময়ত লৈ যাব লাগিব আৰু প্ৰধানমন্ত্ৰীৰ ফটোখনত কোনো সাৰ্থকতা, উপযোগিতা বা প্ৰাসংগিকতা নাই।

যদি চৰকাৰে ইচ্ছা কৰে নাগৰিকক কোনো ফটো অবিহনে প্ৰমাণপত্ৰ কঢ়িয়াই নিয়াৰ বিকল্প ব্যৱস্থা দিব পাৰি। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, ইজৰাইল আৰু জাৰ্মানীকে ধৰি বিভিন্ন দেশৰ টিকাকৰণ প্ৰমাণপত্ৰৰ উদাহৰণ দাঙি ধৰে আৰু কয় যে তেওঁলোক সকলোৱে প্ৰয়োজনীয় তথ্য বহন কৰিছে। কিন্তু তেওঁলোকে চৰকাৰৰ মুৰব্বীৰ ফটো ইয়াৰ বাবে ব্যৱহাৰ কৰা নাই।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে প্ৰমাণপত্ৰত মোদীৰ ফটো অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত ৰক্ষা কৰি কয় যে প্ৰধানমন্ত্ৰীৰ ভাবমূৰ্তিৰ লগতে তেওঁৰ কথাবোৰে সাধাৰণ সজাগতা আৰু ক’ভিদ-উপযুক্ত আচৰণ সৃষ্টি কৰাত সহায় কৰে। উচ্চ সদনত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য ৰাজ্যিক মন্ত্ৰী বি পি পাৱাৰে কৈছিল যে সজাগতা বৃদ্ধি কৰাটো আদৰ্শ।

“ফটোখনে প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যৰ সৈতে টিকাকৰণৰ পিছতো ক’ভিদ-উপযুক্ত আচৰণ অনুসৰণ কৰাৰ সজাগতা আৰু গুৰুত্ব সৃষ্টি কৰাৰ বাৰ্তাটো শক্তিশালী কৰে। এইটো বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত কৰা হৈছিল।” তেওঁ এক লিখিত উত্তৰত কয়।

কিন্তু কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলৰ সদস্যসকলে চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা দিছিল আৰু আত্মপ্ৰচাৰৰ এক কৌশল বুলি অভিহিত কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd