• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , January 19, 2021 7:27 pm

2 min read

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

ফটো : নৰ্থ-ইষ্ট নাও

557
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিৱসাগৰৰ জেৰেঙা পথাৰত অহা ২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া ভূমি পট্টা প্ৰদান অনুষ্ঠানৰ সবিশেষ প্ৰস্তুতিৰ বুজ লয়।

জেৰেঙা পথাৰত উপস্থিত হৈ মুখ্য মন্ত্ৰী সোণোৱালে প্ৰস্তুতিৰ বিভিন্ন কাম-কাজ পৰিদৰ্শন কৰাৰ উপৰি শিৱসাগৰ জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত পৰ্যালোচনা কৰে।

পৰ্যালোচনা কালত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰ ভ্ৰমণ উপলক্ষ্যে শিৱসাগৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত আজি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।

তেওঁ কয়, ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক মহান উদ্দেশ্যৰ বাবে শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত হ’ব। সেয়ে এই সভাখন যাতে সৰ্বতোপ্ৰকাৰে নিয়াৰিকৈ সম্পন্ন হয় তাৰ বাবে প্ৰশাসন, আৰক্ষীৰ লগতে জনসাধাৰণে দায়বদ্ধতাৰে পদক্ষেপ ল’ব লাগিব’।

পৰ্যালোচনা কালত মুখ্য মন্ত্ৰীয়ে এই সভাখনৰ দায়িত্বত থকা বিভিন্ন বিভাগৰ বিষয়াসকলৰ মাজত সু-সমন্বয় ৰক্ষা কৰি কাম-কাজ পৰিচালনা কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সভাস্থলিত উপস্থিত থকা সকলো জনসাধাৰণে যাতে মাস্ক পৰিধান কৰে সেইটো নিশ্চিত কৰাৰ বাবেও মুখ্য মন্ত্ৰীয়ে স্বাস্থ্য বিভাগৰ কৰ্মকৰ্তাসকলক নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে জনস্বাস্থ্য কাৰিকৰী, লোকনিৰ্মাণ, এপিডিচিএল, পৰিবহন আদি বিভাগে ৰূপায়ণ কৰা কাম-কাজৰ অগ্ৰগতিৰো বুজ লয়।

প্ৰস্তুতিমূলক ব্যৱস্থাসমূহ যাতে সঠিক আৰু ক্ষিপ্ৰতাৰে সম্পন্ন হয় তাৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

উক্ত অনুষ্ঠানত আনুষ্ঠানিকভাৱে ভূমিপট্টা গ্ৰহণ কৰিবলগীয়া হিতাধিকাৰীসকলৰ আৰটিপিচিআৰ টেষ্ট কৰাৰ পদক্ষেপ ল’বলৈও মুখ্য মন্ত্ৰীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে প্ৰস্তুতিৰ বুজ লোৱাৰ সময়ত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, সাংসদ দিলীপ শইকীয়া, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক কুশল দুৱৰী, প্ৰশান্ত ফুকন, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) জি পি সিং, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া তথা বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Recent News

Jiten Gogoi nomination.(1)

বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিধায়ক জিতেন গগৈৰ মনোনয়ন দাখিল

24_12_2018-loot1_18782468

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

raijor Dol

ৰাইজৰ দলৰ কোনে ক’ৰ পৰা লাভ কৰিব টিকট? নৰ্থ ইষ্ট নাওৰ হাতত প্ৰায় চূড়ান্ত তালিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd