• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 26, 2025 7:45 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ চনৰ পৰা ২০২৪ চনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিদেশ ভ্ৰমণৰ মুঠ খৰচ ২৯৫ কোটি টকা। ২০২৫ চনত এতিয়ালৈকে আমেৰিকা আৰু ফ্ৰান্সকে ধৰি পাঁচখন দেশ ভ্ৰমণৰ বাবে ৬৭ কোটিতকৈ অধিক টকা ব্যয় কৰা হৈছে। এই তথ্য বৃহস্পতিবাৰে ৰাজ্যসভাত তৃণমূলৰ সাংসদ ডেৰেক অ’ব্ৰাইনে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত বিদেশ মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে দিছে।

দেশভিত্তিক আৰু বছৰভিত্তিক তথ্য অনুসৰি এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মৰিচাছ, চাইপ্ৰাছ, কানাডা, ক্ৰ’ৱেচিয়া, ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণৰ সৈতে জড়িত কোনো পৰিসংখ্যা নাই।

Apply Now

এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীয়ে ‘মুঠ ব্যয়’ স্তম্ভত দিয়া উত্তৰত কোৱা হৈছে — “এই বিলসমূহৰ মুঠ খৰচ এতিয়াও উপলব্ধ হোৱা নাই।”

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীৰ লিখিত উত্তৰ অনুসৰি এই ভ্ৰমণৰ ভিতৰত আটাইতকৈ ব্যয়বহুল আছিল ফ্ৰান্স ভ্ৰমণ। য’ত ব্যয় হৈছিল ২৫ কোটিতকৈ অধিক। আনহাতে, ২০২৩ চনৰ জুন মাহত প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণৰ বাবে ২২ কোটিতকৈও অধিক খৰচ হৈছিল।

ইয়াৰ পূৰ্বে ২০ মাৰ্চত মন্ত্ৰালয়ে জনাইছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ মে’ৰ পৰা ২০২৪ চনৰ ডিচেম্বৰলৈকে মুঠ ৩৮টা বিদেশ ভ্ৰমণ কৰিছিল আৰু সেই ভ্ৰমণৰ মুঠ ব্যয় আছিল ২৫৮ কোটি টকা। ৰাজ্যসভাত বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত এই কথা কয় কেন্দ্ৰীয় বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।

২৪ জুলাইত কেন্দ্ৰীয় মন্ত্ৰীয়ে ৰাজ্যসভাক লিখিতভাৱে জনাইছিল যে ২০২৫ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰা পাঁচখন দেশৰ দেশভিত্তিক পৰিসংখ্যা অনুসৰি ব্যয় হৈছে — ২৫,৫৯,৮২,৯০২ টকা (ফ্ৰান্স); ১৬,৫৪,৮৪,৩০২ টকা (আমেৰিকা); ৪,৯২,৮১,২০৮ টকা (থাইলেণ্ড); ৪,৪৬,২১,৬৯০ টকা (শ্ৰীলংকা) আৰু ১৫,৫৪,০৩,৭৯২.৪৭ টকা (চৌদি আৰব)।

লগতে, যোৱা চাৰি বছৰৰ মুঠ পৰিসংখ্যা অনুসৰি — ৰাছিয়া, ইউক্ৰেইন, আমেৰিকা আৰু ব্ৰাজিলকে ধৰি ১৬খন দেশ ভ্ৰমণৰ খৰচ ২০২৪ চনত প্ৰায় ১০৯ কোটি টকা, ২০২৩ চনত প্ৰায় ৯৩ কোটি টকা, ২০২২ চনত প্ৰায় ৫৫.৮২ কোটি টকা আৰু ২০২১ চনত প্ৰায় ৩৬ কোটি টকা।

বছৰ আৰু দেশ অনুসৰি ব্যয় অনুসৰি ২০২১ চনত প্ৰধানমন্ত্ৰী মোডীৰ বাংলাদেশ ভ্ৰমণৰ মুঠ ব্যয় আছিল ১,০০,৭১,২৮৮ টকা, আমেৰিকা ভ্ৰমণৰ বাবে ১৯,৬৩,২৭,৮০৬ টকা, ইটালী ভ্ৰমণৰ বাবে ৬,৯০,৪৯,৩৭৬ টকা আৰু যুক্তৰাজ্য ভ্ৰমণৰ বাবে ৫০ লাখ টকা ৮,৫৭,৪১,৪০৮।২০২২ চনত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ ভিতৰত জাৰ্মানী ভ্ৰমণৰ খৰচ আছিল ৯,৪৪,৪১,৫৬২ টকা, ডেনমাৰ্ক ভ্ৰমণৰ বাবে ৫,৪৭,৪৬,৯২১ টকা, ফ্ৰান্স ভ্ৰমণৰ বাবে ১,৯৫,০৩,৯১৮ টকা, নেপাল ভ্ৰমণৰ বাবে ৮০,০১,৪৮৩ টকা, আৰু জাপান ভ্ৰমণৰ খৰচ আছিল ৫০,০১,৪৮৩ টকা ৮,৬৮,৯৯,৩৭২।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd