• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘নতুন শিক্ষা নীতিয়ে সকলো ভাৰতীয় আঞ্চলিক ভাষাক শক্তিশালী কৰিব’; কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 21, 2021 3:24 pm

1 min read

index
174
VIEWS
Share on FacebookShare on Twitter

দেশৰ নতুন শিক্ষা নীতিয়ে সকলো ভাৰতীয় ভাষাকে শক্তিশালী কৰি তুলিব। দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই মন্তব্য কৰিছে।

দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আন্তৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে প্ৰৱৰ্তন কৰা দেশৰ নতুন শিক্ষা নীতিৰ ফলত সকলো ভাৰতীয় ভাষাকে সংৰক্ষণ, বিকাশ আৰু সমৃদ্ধিশালী কৰিব পৰা যাব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে মাতৃভাষা অভিব্যক্তি প্ৰকাশৰ আটাইতকৈ শক্তিশালী মাধ্যম বুলিও মন্তব্য কৰে।

“আমাৰ নতুন শিক্ষা নীতিত মোদী চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ প্ৰতিফলিত হোৱাৰ লগতে সকলো ভাৰতীয় ভাষাকে সংৰক্ষণ, বিকাশ আৰু সমৃদ্ধিশালী কৰি আগুৱাই নিব।” কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে টুইট কৰি কয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে টুইটাৰৰ যোগে আন্তৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষে সকলোকে শুভেচ্ছাও প্ৰদান কৰিছে।

Recent News

bhaba

তিনি তৰুণ লেখকক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd