• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিছপুৰ প্ৰেছ ক্লাৱত জানু নাথৰ কাব্যগ্ৰন্থ “নতুন পৰিচয়” উন্মোচন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 6, 2021 5:58 pm

2 min read

a book
176
VIEWS
Share on FacebookShare on Twitter

আজি দিনৰ ১ বজাত দিছপুৰ প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এখন গ্ৰন্থ উন্মোচনী সভাত কবি জানু নাথে জীৱনৰ বৰ্ণিল অনুভৱ-অভিজ্ঞতাৰ ভিত্তিত লিখা “নতুন পৰিচয়” শীৰ্ষক কাব্যসংকলনখন স্বনামধন্য লেখিকা, ঔপন্যাসিক,গল্পকাৰ জীমণি চৌধুৰীয়ে আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে৷

উক্ত সভাত বিশিষ্ট অতিথি হিচাপে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক,চিত্ৰসমালোচক,লেখক,শিল্পী বিদ্যুৎ কুমাৰ ভূঞা,অসমীয়া খবৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক,লেখক,কবি, অভিনেতা দিগন্ত কুমাৰ নাথ,কবি কমলজিৎ কলিতা উপস্থিত থকাৰ লগতে থকাৰ লগতে সন্মানীয় অতিথি হিচাপে “প্ৰিয় সখী” আলোচনীৰ কাৰ্যবাহী সম্পাদক গুঞ্জন ফুকন ,সমাজকৰ্মী,প্ৰযোজক ভৃগু কুমাৰ দত্ত উপস্থিত থাকে৷

“নতুন পৰিচয়” কাব্যগ্ৰন্থখন প্ৰকাশ কৰিছে ৰেবকান্ত নাথে৷
সাংবাদিক,লেখিকা দৰ্শনা বৰুৱাই আঁত ধৰা তথা ভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও গণ্য -মান্য ব্যক্তি উপস্থিত থকা গ্ৰন্থ উন্মোচনী
অনুষ্ঠানটিত লেখিকা জানু নাথে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি কয় যে জীৱনৰ বাটত যুঁজি যুঁজি ভাগৰি পৰাৰ সময়তে মনৰ কিছু অনুভৱ কবিতাৰ ৰূপত প্ৰকাশ কৰি তেখেতে জীৱনটোক ইতিবাচক দৃষ্টিৰে চাবলৈ প্ৰয়াস কৰিছে৷

উল্লেখ্য যে ২৭ টাকৈ কবিতা সন্নিৱিষ্ট কাব্যসংকলনখনৰ পাতনি লিখিছে অসম লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্ৰী যোগমায়া গগৈয়ে৷সভাখনত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে তেখেতসকলৰ বক্তব্যত কবি জানু নাথৰ কাব্যচৰ্চাৰ প্ৰশংসা কৰাৰ লগতে সাম্প্ৰতিক সমাজ-সাহিত্যৰ কিছুমান দিশৰ ক্ষেত্ৰতো আলোকপাত কৰে৷

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd