• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কবিতাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জাগীৰোডত

NE NOW NEWS মিণ্টু দাস
নগাঁও , January 24, 2019 1:34 pm

2 min read

Nagaon
90
VIEWS
Share on FacebookShare on Twitter

জাগীৰোড শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উপলক্ষে সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত জাগীৰোড শাখা কবি সন্মিলনৰ সৌজন্যত বুধবাৰে জাগীৰোড শিশু উদ্যানৰ বাকৰিত মুকলি চোতাল শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান অনষ্ঠিত হয়।

নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা দিজেন্দ্ৰ নাথ হাজৰিকাৰ পৌৰোহিত্যত তথা জাগীৰোড শাখা কবি সন্মিলনৰ সম্পাদক অবন্তি বৰাই আঁত ধৰা এই অনুষ্ঠানত বহুতো কবিয়ে কবিতাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু চৰকাৰক উক্ত বিধেয়ক প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

চহিদ বেদীত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছতেই সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ড০ উৎপল নাথে সঞ্চালনা কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জাগীৰোড শাখা কবি সন্মিলনৰ সভাপতি উত্তম চন্দ্ৰ ডেকাই।

কবিতা পাঠৰ অন্তত অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি পুৱা অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰাৰ লগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘সুন্দৰেযে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে’ৰ পাঠৰে তথা সন্মিলনৰ কাব্যমন্ত্ৰৰে সভাৰ সামৰণি পৰে।

কাব্যানুষ্ঠানটোত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মদাৰজ্যোতি, কাৰ্যনিৰ্বাহক সঞ্জীৱ সাগৰ চৌধুৰী, মৰিগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা লোকেন্দ্ৰ নাথ হাজৰিকা, সম্পাদক ভৱেন চন্দ্ৰ নাথ, জাগীৰোড শাখা সাহিত্য সভাৰ সম্পাদক ড০ দীপক জ্যোতি বৰুৱা আদিৰ উপস্থিতিত প্ৰায় তিনিকুৰি কবিয়ে কবিতা পাঠ কৰে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd