• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰৰ নেতাই ভাৰতৰ পৰা সহায় বিচাৰি চিঠি প্ৰেৰণ কৰিছে। আনকি পৰিস্থিতি অধিক বেয়া হ’লে সাধাৰণ নাগৰিকক ভাৰতলৈ যোৱাৰ সুযোগ দিয়া উচিত বুলিও তেওঁ দাবী কৰে৷

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2026 1:35 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তান অধিকৃত কাশ্মীৰত পুনৰ অশান্তি বৃদ্ধি পাইছে। পাকিস্তানী সেনাৰ অত্যাচাৰৰ বাবে সহস্ৰাধিক লোকৰ মৃত্যু হৈছে। আনকি ৬০০ৰো অধিক মানৱ অধিকাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ওলাই অহা প্ৰতিবাদকাৰীক পাকিস্তানী সেনাই নিৰ্বিচাৰে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে।

এনে পৰিস্থিতিত পাকিস্তান অধিকৃত কাশ্মীৰৰ নেতাই ভাৰতৰ পৰা সহায় বিচাৰি চিঠি প্ৰেৰণ কৰিছে। আনকি পৰিস্থিতি অধিক বেয়া হ’লে সাধাৰণ নাগৰিকক ভাৰতলৈ যোৱাৰ সুযোগ দিয়া উচিত বুলিও তেওঁ দাবী কৰে৷

Apply Now

সূত্ৰ অনুসৰি তেওঁলোকে পাকিস্তান অধিকৃত কাশ্মীৰৰ বাসিন্দাসকলৰ মৌলিক অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি বন্দী মানৱ অধিকাৰ কৰ্মীসকলক মুক্তিৰ দাবী জনাইছিল। প্ৰতিবাদত মহিলা আৰু শিশুও উপস্থিত থাকে। কিন্তু প্ৰতিবাদৰ সময়ত পাকিস্তানী সেনাই প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ চেষ্টা চলাই আনকি নিৰ্বিচাৰে গুলীচালনাও আৰম্ভ কৰে।

ইফালে, যোৱা সপ্তাহত ঈদগাহ ময়দানত অনুষ্ঠিত এক বিশাল প্ৰতিবাদী সমদলত সাধাৰণ মানুহে ‘পাকিস্তান অধিকৃত কাশ্মীৰ পাকিস্তানৰ অংশ নহয়’, ‘আমি স্বাধীনতা বিচাৰো’ আদি শ্লোগান উত্থাপন কৰিবলৈ আৰম্ভ কৰে। অঞ্চলটোৰ ওপৰত পাকিস্তানৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক নিয়ন্ত্ৰণৰ বিৰোধিতা কৰি এই আন্দোলনটো চলিছিল।

এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যৌথ আৱামী একচন কমিটীৰ নেতা চৰ্দাৰ আমান খানে ভাৰতৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা ঘোষণা কৰি এটা ভিডিঅ’ মুকলি কৰে। তেওঁ দাবী কৰে যে ইছলামবাদে প্ৰতিবাদৰ ওপৰত ব্যাপক দমন-নিপীড়ন আৰম্ভ কৰি অঞ্চলটোত অৰ্থনৈতিক অৱৰোধ আৰোপ কৰিছে।

আনকি জেএচিৰ নেতাগৰাকীয়ে নতুন দিল্লীক সহায়ৰ বাবে আহ্বান জনাই সীমান্ত মুকলি কৰিবলৈ অনুৰোধ জনায়। তেওঁ যুক্তি আগবঢ়ায় যে পৰিস্থিতি অধিক বেয়া হ’লে সাধাৰণ নাগৰিকক ভাৰতলৈ যোৱাৰ সুযোগ দিয়া উচিত।

তেওঁৰ ভাষাত, “আমাক ভাৰতৰ সহায় লাগে। ৰেচনৰ নাটনি হৈছে। আমাক আপোনালোকৰ সহায় লাগে। নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ লগে লগে পাকিস্তান অধিকৃত কাশ্মীৰৰ বাসিন্দাসকলে খাদ্য আৰু ঔষধৰ নাটনিৰ সন্মুখীন হৈছে।”

আনকি তেওঁ সকীয়াই দিয়ে যে, “যদি জনসাধাৰণৰ দাবীৰ প্ৰতি সঁহাৰি জনাই কৰ্তৃপক্ষই গুলীচালনা কৰে তেন্তে আমাৰ হাতত আন বিকল্প আছে। কিন্তু ভৱিষ্যতে ইয়াৰ পৰিণতিৰ বাবে পাকিস্তানে অনুশোচনা কৰিবলগীয়া হ’ব পাৰে।”

“Help Us, India”: PoJK Protesters Make Direct Appeal Amid Food Shortage

On the 26th day of protests, one of the main protest leaders, Sardar Aman Khan, appealed to the people across the Line of Control and to India for help, alleging that Pakistan has blocked food and medicine… pic.twitter.com/DRg3z2AlrL

— OsintTV 📺 (@OsintTV) July 5, 2026

কাশ্মীৰ আৰু পাকিস্তান  অধিকৃত কাশ্মীৰৰ মাজত সীমান্ত আঁতৰোৱাৰ বাবে অনুৰোধ জনাই তেওঁ কয়, “আহক আমি একত্ৰিত হওঁ। পাকিস্তানী শাসকসকলে আমাক দুৰ্বল বুলি ভাবিলে ভুল কৰা হ’ব। যদি তেওঁলোকে ভাবে যে আমি ইয়াত আবদ্ধ হৈ পৰিছো, তেন্তে সেয়া অত্যন্ত ভুল ধাৰণা।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd